একে লিংগৰ বিবাহ
From Wikipedia, the free encyclopedia
একে লিংগৰ বিবাহ (ইংৰাজী: Same sex marriage) হল অনুষ্ঠানিকভাবে দুজন পুৰুষ বা দুগৰাকী মহিলাৰ মাজত হোৱা বিবাহ যি সমকামিতাৰ ফলত হোৱা একে লিংগৰ প্ৰেমৰ পৰিনাম হয়। একে লিংগৰ বিবাহ ভিন্ন প্ৰাচীন সভ্যতা যেনে ৰোমান আৰু চীনা ফুজিয়ানৰ মাজত প্ৰাচীন কালৰে পৰা অনুষ্ঠিত হৈ আহিছে। কিন্তু পশ্চিমীয়কৰণৰ ফেক্ট ১৯ শতিকাত এই প্ৰথা লোপ পায়।[1] আধুনিক যুগত প্ৰথম একবিংশ শতিকাৰ শেষত একে লিংগ বিবাহক মৰ্যদা প্ৰদান কৰি আইন প্ৰস্তুত কৰা হৈছিল।