অসমৰ চহৰ From Wikipedia, the free encyclopedia
উত্তৰ লখিমপুৰ (ইংৰাজী: North Lakhimpur) হৈছে অসমৰ পূব প্ৰান্তত অৱস্থিত লখিমপুৰ জিলাৰ সদৰ ঠাই। ঠাইখন অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা প্ৰায় ৩৯৪ কি.মি. দূৰত্বত অৱস্থিত। লখিমপুৰ জিলাৰ সদৰ ঠাই এই চহৰখনৰ নামেৰেই জিলাখনৰ এটা মহকুমাৰ নাম দিয়া হৈছে।
উত্তৰ লখিমপুৰ | |
— নগৰ/মহকুমা — | |
স্থানাঙ্ক | 27.13°N 94.7°E |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | লখিমপুৰ |
জনসংখ্যা • ঘনত্ব |
10,40,644 (2011[update]) • 69,376 /কিমি২ (1,79,683 /বৰ্গ মাইল) |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
মাটিকালি • উচ্চতা |
>15 km2 (6 sq mi) • 101 m (331 ft) |
ভৌগোলিকভাৱে উত্তৰ লখিমপুৰ ২৭° ১৩' ৬০ উ আৰু ৯৪° ৭' ০ পূ ত অৱস্থিত।[3]
২০১১ চনৰ লোকপিয়ল অনুসৰি উত্তৰ লখিমপুৰৰ জনসংখ্যা মুঠ ১০,৪০,৬৪৪ জন।[4] মুঠ জনসংখ্যাৰ ৫৩% পুৰুষ আৰু ৪৭% হ'ল মহিলা। সাক্ষৰতাৰ হাৰ ৮৯%। পুৰুষৰ সাক্ষৰতাৰ হাৰ ৯০% আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ৮৭%। মুঠ জনসংখ্যাৰ ১৩% লোকেই হ'ল হ'ল ৬ বছৰৰ তলৰ শিশু।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.