ইৰেবাছ
গ্ৰীকৰ আদি দেৱতা / From Wikipedia, the free encyclopedia
গ্ৰীক আখ্যান অনুসৰি ইৰেবাছ ("গভীৰ অন্ধকাৰ, ছাঁ[1] বা "আৱৰি থকা"[2]) বা ইৰেবোছ হৈছে আদি দেৱতাসকলৰ অন্যতম যি অন্ধকাৰক প্ৰতিনিধিত্ব কৰে। উদাহৰণ স্বৰূপে, হেচিঅ'ডৰ থিঅ'গনিয়ে তেওঁক মহাশূন্যৰ পৰা জন্মলাভ কৰা সৃষ্টিৰ আদি অৱস্থাৰ প্ৰথম পাঁচটা সত্তাৰ ভিতৰত এজন বুলি চিনাক্ত কৰে। [3]