আৰছাছ ৱেৰলীFrom Wikipedia, the free encyclopedia আৰছাছ ৱেৰলী (Ursus Wehrl) এগৰাকী ছুইছ হাস্যৰসিক আৰু আৰু চিত্ৰকৰ ৷ তেওঁৰ বিখ্যাত চিত্ৰকৰৰ ছবিসমূহৰ নিকাকৰণ/ সজ্জাবদ্ধ কৰা ("tidies up")ৰ বিষয়ে ৰচিত গ্ৰন্থসমূহ অতিকে জনপ্ৰিয় ৷[1][2][3] ২০১১ চনত আৰছাছ ৱেৰলী ২০১২ চনত তেওঁ ছুইছ ডাকবিভাগৰ বাবে এটা ডাকটিকট ডিজাইন কৰে ৷[4][5]
আৰছাছ ৱেৰলী (Ursus Wehrl) এগৰাকী ছুইছ হাস্যৰসিক আৰু আৰু চিত্ৰকৰ ৷ তেওঁৰ বিখ্যাত চিত্ৰকৰৰ ছবিসমূহৰ নিকাকৰণ/ সজ্জাবদ্ধ কৰা ("tidies up")ৰ বিষয়ে ৰচিত গ্ৰন্থসমূহ অতিকে জনপ্ৰিয় ৷[1][2][3] ২০১১ চনত আৰছাছ ৱেৰলী ২০১২ চনত তেওঁ ছুইছ ডাকবিভাগৰ বাবে এটা ডাকটিকট ডিজাইন কৰে ৷[4][5]