From Wikipedia, the free encyclopedia
আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক ব্যৱহৃত ভাষা ইংৰাজী, বিশেষকৈ আমেৰিকী ইংৰাজী। এই ভাষাক আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনানুষ্ঠানিক ৰাষ্ট্ৰীয় ভাষা বুলিব পাৰি। এই ভাষা বাদে অন্য ভাষাও পিচে আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱহৃত হয় আৰু অতীতত হৈ আহিছিল। তাৰে কোনো কোনো ভাষা স্থানীয়, কোনো কোনো উপনিবেশ স্থাপনকাৰীয়ে অনা আৰু কোনো আন আন প্ৰব্ৰজনকাৰীয়ে অনা। আন হাতে মিশ্ৰভাষা, দোৱানৰপৰা আদি কৰি চিহ্ন ভাষালকে কেইবাটাও ভাষা যুক্তৰাষ্ট্ৰতে বিকশিত। প্ৰায় ৪৩০ ভাষা এই দেশত কথিত বা আনুষ্ঠানিকভাৱে জনসংখ্যাই কোৱা বুলি মান্য, যাৰ ১৭৬টা আমেৰিকাৰ খিলঞ্জীয়াৰ ভাষা। দেশৰ সীমাৰ ভিতৰত পূৰ্বতে কথিত ৫২টা ভাষা লুপ্ত হ'ল।[3]
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাষা | |
---|---|
প্ৰধান ভাষা | English 80%, Spanish 12.4%, other Indo-European languages 3.7%, Asian and Pacific languages 3%, other languages 0.9% (2009 survey by the Census Bureau) |
থলুৱা ভাষা | Navajo, Cherokee, Choctaw, Muscogee, Dakota, Lakota, Western Apache, Keres, Hopi, Zuni, Kiowa, Ojibwe, O'odham[1][2] Others Abenaki, Achumawi, Acolapissa, Adai, Afro-Seminole Creole, Alabama, Aleut, Apalachee, Aranama, Arapaho, Arikara, Assiniboine, Atakapa, Atsugewi, Awaswas, Barbareño, Bay Miwok, Biloxi, Blackfoot, Buena Vista, Caddo, Cahto, Calusa, Carolina Algonquian, Catawba, Cayuga, Cayuse, Central Kalapuya, Central Pomo, Central Sierra Miwok, Chalon, Chemakum, Cheyenne, Chickasaw, Chico, Chimariko, Chinook Jargon, Chippewa, Chitimacha, Chiwere, Chochenyo, Choctaw, Chukchansi, Coast Miwok, Coast Tsimshian, Coahuilteco, Cocopah, Coeur d'Alene, Colorado River, Columbia-Moses, Comanche, Coree, Cotoname, Cowlitz, Cree, Crow, Cruzeño, Cupeño, Eastern Pomo, Erie, Esselen, Etchemin, Eyeri, Fox, Garza, Gashowu, Gros Ventre, Gullah, Halchidhoma, Halkomelem, Hanis, Havasupai, Havasupai–Hualapai, Hawaiian Pidgin, Hidatsa, Hitchiti, Houma, Hupa, Ipai, Ivilyuat, Jicarilla, Kansa, Karankawa, Karkin, Karuk, Kashaya, Kathlamet, Kawaiisu, Kings River, Kiowa, Kitanemuk, Kitsai, Klallam, Klamath, Klickitat, Koasati, Konkow, Konomihu, Kumeyaay, Kutenai, Lake Miwok, Lipan, Louisiana Creole, Lower Tanana, Luiseño, Lummi, Lushootseed, Mahican, Maidu, Makah, Malecite-Passamaquoddy, Mandan, Maricopa, Massachusett, Mattole, Mednyj Aleut, Menominee, Mescalero-Chiricahua, Miami-Illinois, Mikasuki, Mi'kmaq, Miluk, Mitchigamea, Mobilian Jargon, Mohawk, Mohawk Dutch, Mohegan-Pequot, Mojave, Molala, Moneton, Mono, Munsee, Muscogee, Mutsun, Nanticoke, Natchez, Nawathinehena, Negerhollands, Neutral, New River Shasta, Nez Perce, Nicoleño, Nisenan, Nlaka'pamux, Nomlaki, Nooksack, Northeastern Pomo, Northern Kalapuya, Northern Paiute, Northern Pomo, Northern Sierra Miwok, Nottoway, Obispeño, Ofo, Okanagan, Okwanuchu, Omaha–Ponca, Oneida, Onondaga, Osage, Ottawa, Palewyami, Pawnee, Pennsylvania German, Picuris, Piscataway, Plains Apache, Plains Cree, Plains Miwok Potawatomi, Powhatan, Purisimeño, Qawiaraq, Quapaw, Quechan, Quileute, Quinault, Quinipissa, Quiripi, Ramaytush, Rumsen, Saanich, Sahaptin, Salinan, Salish-Spokane-Kalispel, Scahentoarrhonon, Seneca, Serrano, Shasta, Shawnee, Shoshoni, Siuslaw, Solano, Southeastern Pomo, Southern Pomo, Southern Sierra Miwok, Southern Tiwa, Stoney, Susquehannock, Taensa, Takelma, Tamyen, Tangipahoa, Taos, Tataviam, Tawasa, Tequesta, Tewa, Texas German, Tillamook, Timbisha, Timucua, Tiipai, Tolowa, Tongva, Tonkawa, Tsetsaut, Tübatulabal, Tunica, Tuscarora, Tutelo, Tututni, Twana, Umatilla, Unami, Upper Chinook, Ute, Ventureño, Virgin Islands Creole, Wailaki, Wappo, Washo, Wenrohronon, Whulshootseed, Wichita, Winnebago, Wintu, Wiyot, Woccon, Wukchumni, Wyandot, Yamasee, Yana, Yaqui, Yavapai, Yoncalla, Yuchi, Yuki, Yurok |
আঞ্চলিক ভাষা | Ahtna, Alutiiq, Carolinian, Central Alaskan Yup'ik, Central Siberian Yupik, Chamorro, Deg Xinag, Dena’ina, Eyak, French, Gwich’in, Haida, Hän, Hawaiian, Holikachuk, Inupiaq, Koyukon, Samoan, Tanacross, Tanana, Tlingit, Tsimshian, Upper Kuskokwim, Upper Tanana |
অভিবাসীসকলৰ মূল ভাষা | English, Spanish, Chinese, French, Tagalog, Vietnamese, Arabic, Korean, Punjabi |
চিহ্ন ভাষা | American Sign Language (BASL), Hawai'i Sign Language, Keresan Sign Language, Navajo Family Sign, Plains Indian Sign Language, Puerto Rican Sign Language, Samoan Sign Language |
ব্যৱহৃত কিবৰ্ড |
আমেৰিকান কমিউনিটি চাৰ্ভে'ৰ বাৰ্ষিক তথ্য ব্যৱহাৰ কৰি ইউ এছ চেঞ্চাচ ব্যুৰ'ৱে নিয়মীয়াকৈ সৰ্বাধিক ব্যৱহৃত ভাষাসমূহৰ তথ্য প্ৰকাশ কৰে। ই ঘৰত আন ভাষা ব্যৱহাৰ কৰা লোকসকলৰ ইংৰাজী কোৱাৰ সামৰ্থ্যও জোখে।[4] ২০১৫ত এই সংস্থাই ৩৫০ৰো অধিক ভাষাৰ ব্যৱহাৰকাৰীৰ তথ্য প্ৰকাশ কৰিলে ২০০৯ৰপৰা ২০১৩ লৈকে,[5][6] কিন্তু সকলো সময়ত এই সংখ্যক ভাষাৰ তথ্য উপলব্ধ নহয়।
Language Spoken at Home (U.S. Census Bureau, American Community Survey 2016)[7][8] | |
---|---|
List |
|
২০১৬ত আমেৰিকাত ৫ বছৰ বয়সৰ ঊৰ্দ্ধৰ লোকৰ দ্বাৰা কথিত ভাষাসমূহৰ তালিকা। বৰ্তমানৰ তথ্য https://factfinder.census.gov/faces/nav/jsf/pages/index.xhtml Archived 2015-01-08 at the Library of Congress Web Archivesত উপলব্ধ :
এচিএছ এক পূৰ্ণ জনগণনা নহয়, এক জৰিপহে। তিনি অংশ থকা প্ৰশ্নৰ উত্তৰৰ ওপৰত ভিত্তি কৰি এক উদ্দেশ্যিত গোটৰপৰা তথ্য গ্ৰহণ কৰা হয়। প্ৰথমে প্ৰশ্ন কৰা হয় "ঘৰত কোনোৱে ইংৰাজীৰ বাহিৰে অন্য ভাষা কয়নে?" তাৰ পাছত ঘৰৰ মুৰব্বীক সেই ভাষাসমূহৰ নাম ক'বলৈ কোৱা হয় আৰু ঘৰৰ কোনশ্ন সদস্যই সেই ভাষা কয়। তাৰ পাছত প্ৰত্যেকজন সদস্যৰ ইংৰাজী কোৱাত নৈপুণ্য সোধা হয়। উল্লেখযোগ্য যে আন ভাষাত নৈপুণ্য সোধা নহয়, সেয়েহে হয়টো ইংৰাজীৰ বাহিৰে অন্য যি ভাষা উল্লেখ কৰা হয়, সেই ভাষা ঘৰৰ কোনো সদস্যই কোনোমতেহে ক'ব পাৰে।[9] তদুপৰি এক ঐতিহাসিক দৃষ্টিভংগীৰে তুলনা কৰা কঠিন কাৰণ যুক্তৰাষ্ট্ৰত ভাষা-জৰিপৰ পদ্ধতি কেইবাবাৰো সলনি হৈছে।
আমেৰিকান চিহ্ন ভাষাৰ প্ৰয়োগৰ কোনো তথ্য এচিএছত গ্ৰহণ কৰা নহয়। সেয়ে এনে তথ্য আন সূত্ৰৰপৰা গ্ৰহণ কৰা হয়। আধুনিক অনুমান অনুযায়ী ১৯৭২ত প্ৰায় ৫০০০০০ আমেৰিকানে আৰু ২০১১ত ১০০০০০ আমেৰিকানে চিহ্ন ভাষা প্ৰয়োগ কৰিছিল।
Plains Sign Talk
Inuiuuk (ᐃᓄᐃᐆᒃ)
Hawai'i Sign Language
Maritime Sign Language
|
Plateau Sign Language
Martha's Vineyard Sign Language
Henniker Sign Language
Sandy River Valley Sign Language
|
প্ৰাকৃতিকভাৱে বিকশিত হোৱাৰ বাবে আমেৰিকান চিহ্ন ভাষাৰ ইংৰাজীৰ সৈতে বিশেষ সাদৃশ্য নাই। .[10] কিছুমান ভাষা প্ৰথমতে বাণিজ্যৰ মিশ্ৰভাষা হিচাপে বিকশিত হৈছিল, পিচে বৰ্তমানে পূৰ্ণ ভাষাৰ ৰূপ লভিলে যিহেতু অনেক শিশুৱে প্ৰথম ভাষা ৰূপে তাকেই শিকিছিল।
আমেৰিকান চিহ্ন ভাষা এক আমেৰিকাতেই বিকশিত হোৱা চিহ্ন ভাষা যাক ১০০০০০ৰপৰা ৫০০০০০ কলা বা শুনিব পৰা লোকে ব্যৱহাৰ কৰে। একাধিক হিচাপেৰে এএছএলক ইংৰাজী আৰু স্পেনীছৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ তৃতীয় সৰ্বাধিক ব্যৱহৃত ভাষা বুলিব পাৰি[11] পিচেক এনে বিশ্লেষণো কৰা হয় যে তেনে হিচাপে কলা লোকৰ সংখ্যা আৰু এএছএল ব্যৱহাৰকাৰীৰ সংখ্যাক একাকাৰ কৰে। ১৯৭২ৰ এক জৰিপত তেতিয়াৰ এএছএল ব্যৱহাৰকাৰী ৫০০০০০তকৈ অধিক নহয় বুলি এক ফল দাঙি ধৰিছিল।[12]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.