অৰুন্ধতী দেৱী
ভাৰতীয় অভিনেত্ৰী, পৰিচালক আৰু লেখিকা / From Wikipedia, the free encyclopedia
অৰুন্ধতী দেৱী (ইংৰাজী: Arundhati Devi; ২৯ এপ্ৰিল ১৯২৪-১ জানুৱাৰী ১৯৯০; জন্ম: গুহা ঠাকুৰতা) এগৰাকী ভাৰতীয় অভিনেত্ৰী, পৰিচালক, লেখিকা আৰু কণ্ঠশিল্পী আছিল, যি অৰুন্ধতী মুখোপধ্যায় নামেৰেও জনাজাত। তেওঁ মূলতঃ বঙালী চলচ্চিত্ৰলৈ অৱদান আগবঢ়াইছে। অৰুন্ধতী মুখাৰ্জী বা মুখোপাধ্যায় নামেৰেও জনাজাত।[2]
ক্ষিপ্ৰ তথ্য অৰুন্ধতী দেৱী, জন্ম ...
অৰুন্ধতী দেৱী | |
---|---|
জন্ম | ২৯ এপ্ৰিল, ১৯২৪ বৰিশাল, বেংগল প্ৰেছিডেন্সি, ব্ৰিটিছ ভাৰত (বৰ্তমান বাংলাদেশত) |
মৃত্যু | ১ জানুৱাৰী, ১৯৯০ (৬৫ বছৰ) Kolkata, West Bengal |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অভিনেত্ৰী, পৰিচালিকা, লেখিকা, কণ্ঠশিল্পী [1] |
সক্ৰিয় হৈ থকা সময় | ১৯৪০ – ১৯৮২ |
উল্লেখযোগ্য কৰ্ম | বিচাৰক, জতুগৃহ |
দাম্পত্যসঙ্গী | প্ৰভাত মুখাৰ্জী (বি. ১৯৫৫) তপন সিনহা (বি. ১৯৫৭) |
সন্তান | ১জন, অনিন্দ্য সিনহা (পুত্ৰ) |
বন্ধ কৰক