শ্ৰীৰাম পাঁচালী অনুসৰি ৰাৱণৰ ভাতৃ From Wikipedia, the free encyclopedia
অহিৰাৱণ (ইংৰাজী: Ahiravan বা Mahiravan, সংস্কৃত: अहिरावण ) কৃত্তিবাসী ৰামায়ণ বা শ্ৰীৰাম পাঁচালী অনুসৰি ঋষি বিশ্ৰবাৰ পুত্ৰ আৰু ৰাৱণৰ ভাতৃ আছিল। তেওঁ ৰাৱণ আৰু ৰাক্ষষ ৰজা মায়াৰ দ্বাৰা শাসিত পাতাল (Underworld) -ৰ ৰজা আছিল। সিহঁত ৰাক্ষস আছিল আৰু গোপনে তেওঁলোকৰ উপাসনাৰ বাবে ৰাম আৰু তেওঁৰ ভায়েক লক্ষ্মণক নগৰ-লোকলৈ লৈ গৈছিল। কিন্তু হনুমানে অহিৰাৱণ আৰু তেওঁৰ সৈন্যবাহিনীক হত্যা কৰি ৰাম আৰু তেওঁৰ ভায়েক লক্ষ্মণক ৰক্ষা কৰিছিল।[2]
মহিৰাৱণ চৰিত্ৰ (Mairavan charitra) -খন ১৬ শতিকাত “অদিত্য কবি”য়ে কাব্য শৈলীত তেলেগু ভাষাত ৰচনা কৰিছিল।[3]
মহিৰাৱণৰ কাহিনীটোক লৈ ১৯৪০ চনত মহিৰাৱণ নামেৰে ঘন্তাচলা বলৰামাইয়াহে তেলেগু ছবি নিৰ্মাণ কৰিছিল। য’ত প্ৰবীণ অভিনেতা ভেমুৰি গাগ্গাইয়াহে মহিৰাৱণৰ চৰিত্ৰত অভিনয় কৰিছিল।[4]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.