অসম মাধ্যমিক শিক্ষা পৰিষদ
From Wikipedia, the free encyclopedia
অসম মাধ্যমিক শিক্ষা পৰিষদ (ইংৰাজী: Secondary Education Board of Assam) (SEBA) হ'ল অসমৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়সমূহক স্বীকৃতি প্ৰদান, বিদ্যালয়সমূহত উন্নত মানৰ শিক্ষাৰ নিশ্চিতকৰণ আৰু পৰীক্ষা আয়োজনৰ কৰ্তৃত্ব থকা ৰাজ্যিক পৰ্যায়ৰ এক পৰিষদ।
ক্ষিপ্ৰ তথ্য অসম মাধ্যমিক শিক্ষা পৰিষদ, প্ৰতিষ্ঠা ...
অসম মাধ্যমিক শিক্ষা পৰিষদ | |
---|---|
ল'গ' | |
প্ৰতিষ্ঠা | ২৯ জানুৱাৰী ১৯৬২ |
ধৰণ | স্বায়ত্ত্বশাসিত, চৰকাৰী মাধ্যমিক শিক্ষা পৰিষদ |
সক্ৰিয়তা | সক্ৰিয় |
প্ৰধান কাৰ্যালয় | গুৱাহাটী, অসম, ভাৰত |
আনুষ্ঠানিক ভাষা | অসমীয়া, বাংলা, ইংৰাজী, হিন্দী |
অধ্যক্ষ | ৰমেশ চন্দ্ৰ জৈন |
মাতৃ সন্থা | শিক্ষা মন্ত্ৰালয়, অসম চৰকাৰ |
ৱেবছাইট | https://sebaonline.org/ |
বন্ধ কৰক
এই পৰিষদে অসমত উচ্চ মাধ্যমিক বিদ্যালয় শিক্ষান্ত পৰীক্ষা (High School Leaving certificate, HSLC) আয়োজন কৰে আৰু উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে।