From Wikipedia, the free encyclopedia
অশান্ত ইলেকট্ৰন হৈছে সৌৰভ কুমাৰ চলিহাৰ এখন জনপ্ৰিয় গল্পপুথি। ১৯৬২ চনত প্ৰথম প্ৰকাশ পোৱা গল্প সংকলখন চলিহাই তেখেতৰ ভাগিন, গণিতজ্ঞ জ্যোতিপ্ৰসাদ মেধিলৈ উৎসৰ্গা কৰিছে।[1]
অশান্ত ইলেকট্ৰন | |
---|---|
লেখক | সৌৰভ কুমাৰ চলিহা |
প্ৰচ্ছদ শিল্পী | কামাখ্যা দত্ত |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
বিষয় | গল্প |
প্ৰকাৰ | গল্পপুথি |
প্ৰকাশক | বৰুৱা বুক এজেন্সি, গুৱাহাটী |
প্ৰকাশ | অক্টোবৰ , ১৯৬২ |
অশান্ত ইলেকট্ৰন গল্পসংকলখনত মুঠ ছয়টা গল্প আছে ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.