From Wikipedia, the free encyclopedia
২ এটি চফী জাৰ্মেইন্ যুগ্ম সংখ্যা।[2], এটি ৰামানুজ যুগ্ম সংখ্যা[3]
২ৰ দুটা গুণনীয়ক আছে-- ১ আৰু ২[4] অৰ্থাৎ ২ এটি মৌলিক সংখ্যা। ২ আতাইতকৈ সৰু মৈলিক সংখ্যা আৰু[5] একমাত্ৰ যুগ্ম মৌলিক সংখ্যা[6]
২ৰে বিভাজ্য যিকোনো সংখ্যাকে 'যুগ্ম সংখ্যা বোলে।[7] যদি কোনো সংখ্যাৰ এককৰ ঘৰত ০,২,৪,৬ বা ৮ থাকে, তেনেহ'লে সেই সংখ্যাটো যুগ্ম, বা ২ৰে বিভাজ্য।[8]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.