সেউতী ফুল
From Wikipedia, the free encyclopedia
From Wikipedia, the free encyclopedia
সেউতী (বৈজ্ঞানিক নাম: Rosa moschata) হৈছে গোলাপৰ এটা প্ৰজাতি। ইয়াক ইংৰাজীত মাস্ক ৰ’জ (musk rose),[1] বুলি কয়। হিমালয়ৰ বনাঞ্চলত ইয়াৰ আদি প্ৰজাতি পোৱা গৈছিল বুলি অনুমান কৰা হয়।
এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
সেউতী ফুল | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Rosales |
পৰিয়াল: | Rosaceae |
গণ: | Rosa |
প্ৰজাতি: | R. moschata |
বৈজ্ঞানিক নাম | |
Rosa moschata Herrm. | |
সমাৰ্থক | |
Rosa brunonii Lindl. |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.