From Wikipedia, the free encyclopedia
পাই দিৱস হ'ল গাণিতিক ধ্ৰুবক পাই (π)ৰ এটি বাৰ্ষিক উদযাপন। যিহেতু ৩,১ আৰু ৪ হ'ল π ৰ তিনিটা আটাইতকৈ অৰ্থবহ সংখ্যা, সেয়েহে ১৪ মাৰ্চ তাৰিখে পাই দিৱস পালন কৰা হয়।[2][3] ২০০৯ চনত the United States House of Representatives য়ে পাই দিৱসৰ আখ্যা সমৰ্থন কৰিছিল।[4]
পাই দিৱস | |
---|---|
লেৰী শ্ব, পাই দিৱসৰ জনক | |
মহত্ব | ৩,১ আৰু ৪ হ'ল π ৰ তিনিটা আটাইতকৈ অৰ্থবহ সংখ্যা |
তাৰিখ | ১৪ মাৰ্চ |
উদযাপন | পাই ভোজন, π বিষয়ক আলোচনা[1] |
সম্পৰ্কিত | আপাত পাই দিৱস |
পৰৱৰ্তী তাৰিখ | প্ৰত্যেক বৰ্ষৰ একে দিনাই |
অৱধি | এদিন |
সংঘটন | বাৰ্ষিক |
১৯৮৮ চনত ছানফ্ৰানসিস্কোৰ এটা বিজ্ঞান যাদুঘৰত লেৰী শ্বয়ে পোন প্ৰথমে পাই দিৱস পালন কৰিছিল।[5]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.