From Wikipedia, the free encyclopedia
পখী (ইংৰাজী: Pokhi) হৈছে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ২০০০ চনত এই ছবিখন মুক্তি দিয়া হয়। ২০০০ চনত এই চলচ্চিত্ৰখনে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।[2][3]
পখী (And The River Flows…) | |
---|---|
চলচ্চিত্ৰখনৰ এটা স্ক্ৰীনশ্বট | |
পৰিচালক | জাহ্নু বৰুৱা[1] |
ৰচনা | জাহ্নু বৰুৱা |
প্ৰযোজক | শৈলধৰ বৰুৱা |
অভিনয়ত | বিষ্ণু খাৰঘৰীয়া হৰমোহন দাস গাৰ্গী বিনা পটংগীয়া ৰাজীৱ ক্ৰ' গোপাল খাৰঘৰীয়া সঞ্জয় খাৰঘৰীয়া ৰীতা দাস বৰুৱা |
চিত্ৰগ্ৰহণকাৰী | পি. ৰঞ্জন |
সম্পাদনা | হেউ-এন বৰুৱা |
সংগীত পৰিচালক | ৱাই. এছ. মূল্কী |
পৰিবেশক | ডলফিন ফিল্মছ প্ৰাইভেট লিমিটেড |
মুক্তি |
৭ এপ্ৰিল, ২০০০[1] |
দেশ | ভাৰত |
ভাষা | অসমীয়া ভাষা |
চলচ্চিত্ৰখনৰ কাহিনীটো পখী নামৰ ছোৱালী এজনীৰ ওপৰত কেন্দ্ৰিত। পিতৃ-মাতৃহীন পখীক তাইৰ খুড়াক আৰু খুড়ীয়েকে ডাঙৰ-দীঘল কৰে। তেওঁলোকে অসমৰ এখন ভিতৰুৱা গাঁৱত বাস কৰে। পখীৰ খুড়াক-খুড়ীয়েক চহৰলৈ গুচি যায় আৰু পখীক ল'ৰা-ছোৱালী নথকা এটা সম্ভ্ৰান্ত পৰিয়ালৰ হাতত থৈ যায়।[1]
ক্ৰম | অভিনেতা / অভিনেত্ৰীৰ নাম | চৰিত্ৰ |
---|---|---|
১ | বিষ্ণু খাৰঘৰীয়া | ..... |
২ | হৰমোহন দাস | ..... |
৩ | গাৰ্গী | ...... |
৪ | বিনা পটংগীয়া | ..... |
৫ | ৰাজীৱ ক্ৰ' | ...... |
৬ | গোপাল খাৰঘৰীয়া | ...... |
৭ | সঞ্জয় খাৰঘৰীয়া | .... |
৭ | ৰীতা দাস বৰুৱা | .... |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.