মেঘালয়ৰ জিলা From Wikipedia, the free encyclopedia
দক্ষিণ গাৰো পাৰ্বত্য (ইংৰাজী: South Garo Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ বাঘমৰাত অৱস্থিত। ২০০১ চন অনুসৰি ই মেঘালয়ৰ সকলোতকৈ কম জনবহুলৰ জিলা (out of 7)।[1] জিলাখন ১৯৯২ চনত প্ৰতিষ্ঠিত হৈছিল।
দক্ষিণ গাৰো পাৰ্বত্য জিলা
দক্ষিণ গাৰো | |
---|---|
দেশ | ভাৰত |
ৰাজ্য | মেঘালয় |
স্থাপিত | ১৯৯২ |
মুখ্যালয় | বাঘমৰা, ভাৰত |
চৰকাৰ | |
• Vidhan Sabha constituencies | ৭ |
কালি | |
• মুঠ | 1,850 km2 (710 sq mi) |
জনসংখ্যা (২০১১) | |
• মুঠ | 1,42,334 |
• ঘনত্ব | 77/km2 (200/sq mi) |
বাঘমৰা দক্ষিণ গাৰো পাৰ্বত্য জিলাৰ জিলা সদৰ। এই জিলাখনৰ আয়তন ১৮৫০ বৰ্গ কিলোমিটাৰ। দক্ষিণ গাৰো পাৰ্বত্য জিলাত তেতিয়া ৫টা বিধানসভা কেন্দ্ৰ আছিল যদিও বৰ্তমানে ইয়াৰ সংখ্যা হ’ল ৩টা।
দক্ষিণ গাৰো পাৰ্বত্য জিলাখন চাৰিটা ব্লকত বিভক্ত:[2]
নাম | মুখ্যালয় | জনসংখ্যা | স্থিতি |
বাঘমৰা | বাঘমৰা, ভাৰত | ||
চোকপোত | চোকপোত | ||
গাচুৱাপাৰা | নাগাৰাজৰা | ||
ৰঙাৰা | ৰঙাৰা |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.