From Wikipedia, the free encyclopedia
ভাৰতীয় চলচ্চিত্ৰৰ জনকৰূপে অভিহিত দাদাচাহেব ফাল্কেৰ[1] স্মৃতি ৰক্ষাৰ্থে দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।[2] ভাৰতীয় চলচ্চিত্ৰৰ উৎকৰ্ষ আৰু বিকাশৰ হকে উল্লেখযোগ্য বৰঙনিৰ স্বীকৃতিৰূপে এই বঁটা প্ৰদান কৰা হয়। ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটাৰূপে স্বীকৃত এই বঁটাৰ অৰ্থমূল্য দহ লাখ টকা। ইয়াৰ লগতে বিজয়ীজনক এখন প্ৰশক্তি পত্ৰ আৰু এখন আলোৱান প্ৰদান কৰা হয়।[3]
দাদাচাহেব ফাল্কে বঁটা | ||
বঁটাৰ তথ্য | ||
---|---|---|
শ্ৰেণী | ভাৰতীয় চলচ্চিত্ৰ | |
বৰ্ণনা | জীৱনযোৰা সাধনাৰ বঁটা | |
প্ৰতিষ্ঠা | ১৯৬৯ | |
প্ৰথমবাৰ প্ৰদান | ১৯৬৯ | |
মুঠ প্ৰদানৰ সংখ্যা | ৫৩ | |
প্ৰদানকৰ্তা | ভাৰত চৰকাৰ | |
নগদ টকা | ₹ ১০,০০,০০০ | |
প্ৰথম প্ৰাপক | দেৱিকা ৰাণী ১৯৬৯ চনত | |
অন্তিম প্ৰাপক | ৱাহিদা ৰহমান ২০২১ চনত |
বছৰ | বঁটাপ্ৰাপ্ত | বৃত্তি |
---|---|---|
১৯৬৯ | দেবীকাৰাণী | অভিনেত্ৰী |
১৯৭০ | বি এন চিৰকাৰ | চলচ্চিত্ৰ প্ৰযোজক |
১৯৭১ | পৃথিৰাজ কাপুৰ | অভিনেতা |
১৯৭২ | পংকজ মল্লিক | সংগীত পৰিচালক |
১৯৭৩ | ৰুবি মায়াৰ্ছ (সুলোচনা) | অভিনেত্ৰী |
১৯৭৪ | বি এন ৰেড্ডী | চলচ্চিত্ৰ পৰিচালক |
১৯৭৫ | ধীৰেন গাঙ্গুলী | অভিনেতা, চলচ্চিত্ৰ পৰিচালক |
১৯৭৬ | কানন দেৱী | অভিনেত্ৰী |
১৯৭৭ | নীতিন বসু | চিত্ৰগ্ৰহণকাৰী, চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ |
১৯৭৮ | আৰ চি বড়াল | সংগীত পৰিচালক, চলচ্চিত্ৰ পৰিচালক |
১৯৭৯ | ছোহৰাব মোদী | অভিনেতা, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক |
১৯৮০ | পি জয়ৰাজ | অভিনেতা, চলচ্চিত্ৰ পৰিচালক |
১৯৮১ | নৌশাদ আলি | সংগীত পৰিচালক |
১৯৮২ | এল ভি প্ৰসাদ | অভিনেতা, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক |
১৯৮৩ | দুৰ্গা খোটে | অভিনেত্ৰী |
১৯৮৪ | সত্যজিত ৰায় | চলচ্চিত্ৰ পৰিচালক |
১৯৮৫ | ভি চান্তাৰাম | অভিনেতা, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক |
১৯৮৬ | বি নাগী ৰেড্ডী | চলচ্চিত্ৰ প্ৰযোজক |
১৯৮৭ | ৰাজ কাপুৰ | অভিনেতা, চলচ্চিত্ৰ পৰিচালক |
১৯৮৮ | অশোক কুমাৰ | অভিনেতা |
১৯৮৯ | লতা মংগেশকাৰ | নেপথ্য গায়িকা |
১৯৯০ | এ নাগেশ্বৰ ৰাও | অভিনেতা |
১৯৯১ | ভালজী পেন্ধাৰকৰ | চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক |
১৯৯২ | ভূপেন হাজৰিকা | চলচ্চিত্ৰ পৰিচালক, নেপথ্য গায়ক |
১৯৯৩ | মজৰুহ চুলতানপুৰী | গীতিকাৰ |
১৯৯৪ | দিলীপ কুমাৰ | অভিনেতা |
১৯৯৫ | ৰাজ কুমাৰ | অভিনেতা |
১৯৯৬ | শিৱাজী গণেশন | অভিনেতা |
১৯৯৭ | কবি প্ৰদীপ | গীতিকাৰ |
১৯৯৮ | বি আৰ চোপ্ৰা | চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক |
১৯৯৯ | হৃষীকেশ মুখাৰ্জী | চলচ্চিত্ৰ পৰিচালক |
২০০০ | আশা ভোছলে | নেপথ্য গায়িকা |
২০০১ | য়শ ছোপ্ৰা | চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক |
২০০২ | দেৱানন্দ | অভিনেতা, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক |
২০০৩ | মৃনাল সেন | চলচ্চিত্ৰ পৰিচালক |
২০০৪ | আদুৰ গোপালকৃষ্ণন | চলচ্চিত্ৰ পৰিচালক |
২০০৫ | শ্যাম বেনেগাল | চলচ্চিত্ৰ পৰিচালক |
২০০৬ | তপন সিনহা | চলচ্চিত্ৰ পৰিচালক |
২০০৭ | মান্না দে | নেপথ্য গায়ক |
২০০৮ | ভি. কে মূৰ্তি | চিত্ৰগ্ৰহণকাৰী |
২০০৯ | ডি. ৰামানাইডু | চলচ্চিত্ৰ প্ৰযোজক |
২০১০ | কে. বালাচন্দ্ৰ | চলচ্চিত্ৰ পৰিচালক |
২০১১ | সৌমিত্ৰ চেটাৰ্জী | অভিনেতা |
২০১২ | প্ৰাণ | অভিনেতা |
২০১৩ | গুলজাৰ | গীতিকাৰ |
২০১৪ | শশী কাপুৰ | অভিনেতা |
২০১৫ | মনোজ কুমাৰ | অভিনেতা |
২০১৬ | কাশীনাথোন্নী বিশ্বনাথ | চলচ্চিত্ৰ পৰিচালক, শব্দগ্ৰহণকাৰী |
২০১৭ | বিনোদ খান্না | অভিনেতা |
২০১৮ | অমিতাভ বচ্চন | অভিনেতা |
২০১৯ | ৰজনীকান্ত[4] | অভিনেতা |
২০২০ ৬৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা |
আশা পাৰেখ[5] | অভিনেত্ৰী |
২০২১ ৬৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা |
ৱাহিদা ৰহমান[6] | অভিনেত্ৰী |
২০২২ ৭০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা |
মিথুন চক্ৰৱৰ্তী[7] | অভিনেতা |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.