ভালুক (ইংৰাজী: Bear) হ'ল আৰ্ছিডি পৰিয়ালৰ অন্তৰ্গত এবিধ স্তন্যপায়ী প্ৰাণী। ভালুকবোৰ মাংসভোজী প্ৰাণী। বৰ্তমান পৃথিৱীত মাত্ৰ আঠটা প্ৰজাতিৰ ভালুক উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ইউৰোপ, আৰু এচিয়া মহাদেশত দেখা পোৱা যায়।
ভালুক জীৱাশ্ম কাল: ৩৮–০ নিযুত বছৰ প্ৰিকে
কেম
অ
ছি
ডে
কা
পা
ট্ৰি
জু
ক্ৰি
পে
নি
| |
---|---|
ভালুক, Ursus arctos in নৰৱে | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Carnivora |
উপবৰ্গ: | Caniformia |
পৰিয়াল: | Ursidae জি. ফিচাৰ ভন ৱাল্ডহেইম, ১৮১৭ |
গণ | |
|
তথ্য সংগ্ৰহ
Wikiwand in your browser!
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.