{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Morus|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}

ক্ষিপ্ৰ তথ্য ৰঙা নুনী, সংৰক্ষণ স্থিতি ...
ৰঙা নুনী
Thumb
ৰঙা নুনীৰ ৰেখাচিত্ৰ[1]
সংৰক্ষণ স্থিতি
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
Unrecognized taxon (ঠিক কৰক): Morus
প্ৰজাতি: M. rubra
দ্বৈৰাশিক নামকৰণ
Morus rubra
L. 1753
Thumb
Native range
বন্ধ কৰক

ৰঙা নুনী (ইংৰাজী: red mulberry, বৈজ্ঞানিক নাম: Morus rubra) উত্তৰ আমেৰিকাৰ পূব আৰু মধ্য অঞ্চলৰ থলুৱা এবিধ নুনীৰ প্ৰজাতি। ইয়াক অণ্টাৰিঅ', মিনেছ'টা আৰু ভাৰমণ্টৰ পৰা দক্ষিণে দক্ষিণ ফ্ল'ৰিডালৈকে আৰু পশ্চিমে দক্ষিণ-পূব দক্ষিণ ডাকোটা, নেব্ৰাস্কা, কেনছাছ আৰু মধ্য টেক্সাছলৈকে পোৱা যায়। নিউ মেক্সিকো, আইডাহো আৰু ব্ৰিটিছ কলম্বিয়াত (সম্ভাৱঃ প্ৰাকৃতিককৰণ) ইয়াক দেখা পোৱাৰ বাতৰি পোৱা গৈছে।[2]


আমেৰিকাত ৰঙা নুনী সততে দেখা যায় যদিও কানাডাত ইয়াক বিপন্ন প্ৰজাতি হিচাপে তালিকাভুক্ত কৰা হৈছে।[3][4] এছিয়াৰ পৰা অহা আক্ৰমণাত্মক বগা নুনীৰ (M. alba) সৈতে ৰঙা নুনী সহজে সংকৰকৰণ হয়।[5]

ব্যৱহাৰ

ৰঙা নুনীৰ ফল খোৱাৰ উপযোগী আৰু মিঠা।[6] ইয়াৰ কাঠ শুকুৱাই জ্বলাই ইয়াৰ ধোঁ‌ৱাৰে মাংসক মৃদু আৰু মিঠা সোৱাদযুক্ত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি।

আমেৰিকাৰ কিছুমান থলুৱা জনগোষ্ঠীয়ে বাকলি জুলাপ হিচাপে ব্যৱহাৰ কৰিছিল। দুৰ্বলতা আৰু প্ৰস্ৰাৱৰ ৰোগৰ চিকিৎসাৰ বাবে শিপাৰ ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ ৰস ছালত প্ৰয়োগ কৰি খৰৰ চিকিৎসা কৰা হৈছিল।[3] চকটাও লোকসকলে ৰঙা নুনীৰ কুমলীয়া ডালৰ আঁ‌হৰ পৰা কাপোৰ বৈছিল।[7]

চিত্ৰ বীথিকা

তথ্য সংগ্ৰহ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.