অসমীয়া চলচ্চিত্ৰ (১৯৮৩) From Wikipedia, the free encyclopedia
ঘৰ সংসাৰ ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত এখন পাৰিবাৰিক অসমীয়া চলচ্চিত্ৰ। শিৱ প্ৰসাদ ঠাকুৰ আছিল ছবিখনৰ পৰিচালক আৰু প্ৰযোজক আছিল আৰ বি মেহতা আৰু এন পি এন নায়াৰ। ছবিখনে বাণিজ্যিক ভাৱে যথেষ্ট সফলতা লাভ কৰিছিল।[1]
ঘৰ সংসাৰ Ghar Sonsar | |
---|---|
পৰিচালক | শিৱ প্ৰসাদ ঠাকুৰ |
ৰচনা | শিৱ প্ৰসাদ ঠাকুৰ |
চিত্ৰনাট্য | মুনিন বৰুৱা |
প্ৰযোজক | আৰ বি মেহতা, এন পি এন নায়াৰ |
অভিনয়ত | বিজয় শঙ্কৰ বিজু ফুকন বিদ্যা ৰাও |
চিত্ৰগ্ৰহণকাৰী | দীন দয়াল ৰাজৌৰীয়া |
সম্পাদনা | ৰাস বিহাৰী সিনহা |
সংগীত পৰিচালক | বসন্ত-মাণিক |
পৰিবেশক | আৰ. বি. ফিল্মছ |
মুক্তি |
১৯৮৩ |
দৈৰ্ঘ্য |
১৭২ মিনিট |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
ছবিখনৰ সংগীত পৰিচালনা কৰিছিল বসন্ত-মাণিকে।
ক্ৰমিক নং | গীতৰ শীৰ্ষক | গীতিকাৰ | কণ্ঠ |
---|---|---|---|
১ | নাহৰ ফুলে | বসন্ত বৰদলৈ | সমৰ হাজৰিকা, নমিতা গোস্বামী |
২ | তোমাৰ কপালতে | বসন্ত বৰদলৈ | সমৰ হাজৰিকা, মালবিকা বৰা |
৩ | জীৱনৰ ৰংবোৰ | বসন্ত বৰদলৈ | সমৰ হাজৰিকা, মালবিকা বৰা |
৪ | গাঁৱলৈ তই আহিলি | বসন্ত বৰদলৈ | সমৰ হাজৰিকা, অৰুণ দাস |
৫ | বহুতকে বহু দিও | বসন্ত বৰদলৈ | নমিতা গোস্বামী, ইনা মুখাৰ্জী |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.