ইউনিক'ড ব্লক From Wikipedia, the free encyclopedia
বঙালী আৰু অসমীয়া ইউনিক'ড ব্লকত অসমীয়া, বঙালী, বিষ্ণুপ্ৰিয়া মণিপুৰী, গাৰো, হাল্লাম, খাছী, মুণ্ডা, মিজো, নগা, ৰিয়ান, ডফলা আৰু চাঁওতালি ভাষাত বঙালী আৰু অসমীয়া লিপিৰ চিহ্ন ব্যৱহাৰ কৰা হৈছে। ইয়াৰে U+0981..U+09CDলৈ চিহ্নসমূহ ১৯৮৮ ISCII মানৰ বঙালী চিহ্ন A1-EDৰ প্ৰতক্ষ্য প্ৰতিলিপি, লগতে U+09F0 স্তম্ভৰ বহুকেইটা চিহ্ন হৈছে অসমীয়া ISCII চিহ্ন। একেধৰণে দেৱনাগৰী, গুৰুমুখী, গুজৰাটী, ওড়িয়া, তামিল, তেলেগু, কন্নড় আৰু মালয়ালম ইউনিক'ড ব্লকবোৰো ISCII ইনক'ডিঙত গঠিত হৈছে।
বঙালী[1][2] অসমীয়া-বঙালী লিপিৰ ইউনিক'ড তালিকা (পি.ডি.এফ.) | ||||||||||||||||
0 | 1 | 2 | 3 | 4 | 5 | 6 | 7 | 8 | 9 | A | B | C | D | E | F | |
U+098x | ঀ | ঁ | ং | ঃ | অ | আ | ই | ঈ | উ | ঊ | ঋ | ঌ | এ | |||
U+099x | ঐ | ও | ঔ | ক | খ | গ | ঘ | ঙ | চ | ছ | জ | ঝ | ঞ | ট | ||
U+09Ax | ঠ | ড | ঢ | ণ | ত | থ | দ | ধ | ন | প | ফ | ব | ভ | ম | য | |
U+09Bx | র | ল | শ | ষ | স | হ | ় | ঽ | া | ি | ||||||
U+09Cx | ী | ু | ূ | ৃ | ৄ | ে | ৈ | ো | ৌ | ্ | ৎ | |||||
U+09Dx | ৗ | ড় | ঢ় | য় | ||||||||||||
U+09Ex | ৠ | ৡ | ৢ | ৣ | ০ | ১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ||
U+09Fx | ৰ | ৱ | ৲ | ৳ | ৴ | ৵ | ৶ | ৷ | ৸ | ৹ | ৺ | ৻ | ৼ | ৽ | ৾ | |
বি. দ্ৰ. |
Seamless Wikipedia browsing. On steroids.