From Wikipedia, the free encyclopedia
উত্তৰাখণ্ড (হিন্দী: उत्तराखंड) ভাৰতৰ এখন ৰাজ্য, যাৰ নাম ২০০০ চনৰ পৰা ২০০৬ চন পৰ্য্যন্ত উত্তৰাঞ্চল আছিল। এইখন ভাৰতৰ ২৭-তম ৰাজ্য। ইয়াৰ উত্তৰে তিব্বত (চীনৰ অংশ), পূবে নেপাল, পশ্চিমে ভাৰতৰ হিমাচল প্ৰদেশ আৰু দক্ষিণে উত্তৰ প্ৰদেশ অৱস্থিত। ২০০০ চনলৈকে এইখন উত্তৰপ্ৰদেশৰ অন্তৰ্গত আছিল। পুৰাণ আৰু ভাৰতৰ প্ৰাচীন ঐতিহাসিক দলিলসমূহে এই অঞ্চলৰ প্ৰাচীন নাম "উত্তৰাখণ্ড" হিচাপেই বৰ্ণিত - যাৰ আক্ষৰিক অৰ্থ ভাৰতৰ উত্তৰৰ ভূখণ্ড। স্থানীয় জনগণৰ অধিকাংশৰ ইচ্ছাৰে ২০০৭ চনৰ জানুৱাৰী মাহৰ পৰা ইয়াৰ নাম উত্তৰাঞ্চলৰ সলনি উত্তৰাখণ্ড কৰা হয়। উত্তৰাখণ্ডৰ অস্থায়ী ৰাজধানী ডেৰাদুন। ৰাজ্যৰ উচ্চতম আদালত (হাইকোৰ্ট) নৈনিতালত অৱস্থিত।
এই প্ৰবন্ধ ৱিকিপিডিয়াৰ ক্ষিপ্ৰ বিলোপনৰ মাপকাঠি অনুসৰি ক্ষিপ্ৰ বিলোপনৰ যোগ্য। কাৰণ:তথ্য ভিত্তিক নহয়। বৈধ ক্ৰাইটেৰিয়াৰ বাবে, চাওক ক্ষিপ্ৰ বিলোপনৰ মাপকাঠী।
যদি এই প্ৰবন্ধটো ক্ষিপ্ৰ বিলোপনৰ উপযোগী নহয়, অথবা আপুনি যদি প্ৰবন্ধটোৰ বিকাশ কৰাৰ ইচ্ছা প্ৰকাশ কৰে, অনুগ্ৰহ কৰি পৃষ্ঠাৰ পৰা এই জাননীখন আতৰাই দিয়ক, কিন্তু আপুনি নিজে তৈয়াৰ কৰা প্ৰবন্ধ ৰ পৰা জাননীখন আতৰাই নিদিব। আপুনি যদি পৃষ্ঠাটো তৈয়াৰ কৰি থাকে, আৰু ক্ষিপ্ৰ বিলোপনৰ ক্ষেত্ৰত অসন্মতি পোষণ কৰে, তেন্তে আপত্তি জনাবৰ বাবে তলৰ বাকচটোত ক্লিক কৰক। এইটোৱে আপোনাক আলোচনা পৃষ্ঠালৈ লৈ যাব আৰু তাতেই উল্লেখ কৰা নিৰ্দিষ্ট নীতি অনুযায়ী ব্যাখ্যা কৰক কিয় এই প্ৰবন্ধ পৃষ্ঠাটো অপসাৰণ কৰা উচিত নহয়। অথবা আলোচনা পৃষ্ঠাত গৈ আপুনি নতুন বাৰ্তা যোগ কৰিব পাৰে অথবা আগৰ বাৰ্তাৰ উত্তৰ আহিছে নে নাই সেয়া পৰীক্ষা কৰিব পাৰে। লক্ষ্য কৰক এই জাননীখন যুক্ত কৰাৰ পাছত যি কোনো সময়তেই (সাধাৰনতে ৭ দিনৰ পাছত) এই পৃষ্ঠাটো বিলোপ কৰা হ’ব পাৰে, যদি ক্ষিপ্ৰ বিলোপনৰ মাপকাঠিৰ চৰ্ত সম্পূৰ্ণৰূপে পূৰণ নকৰে অথবা আলোচনা পৃষ্ঠাত উল্লেখিত যুক্তিবোৰ যথেষ্ট নহয়। সম্পাদকৰ প্ৰতি টোকা: আপুনি বৰ্তমানলৈকে এই প্ৰবন্ধৰ আলোচনা পৃষ্ঠা সৃষ্টি কৰা নাই। অনুগ্ৰহ কৰি এটা বাৰ্তা আলোচনা পৃষ্ঠাত যোগ কৰক আৰু কাৰণ দৰ্শাওক যে এই প্ৰবন্ধটো কিয় বিলোপ কৰা অনুচিত।
যদি আপুনি আলোচনা পৃষ্ঠাত বাৰ্তা দিয়াৰ পাছটো এই জাননীখন দেখুৱাই থাকে তেন্তে পৃষ্ঠাৰ কেশ্ব নিকা কৰি পুনৰ চেষ্টা কৰক। প্ৰশাসকবৃন্দ: বিলোপনৰ আগেয়ে পৰীক্ষা কৰক সংযোগ, ইতিহাস (শেষ), আৰু লগ . গুগল ৱেব, সংবাদ সন্ধানৰ বিষয়টি বিবেচনা কৰক।
|
Uttarakhand उत्तराखण्डम् | |||
— state — | |||
|
|||
স্থানাঙ্ক | 30.33°N 78.06°E | ||
দেশ | ভাৰত | ||
জিলাৰ সংখ্যা | 13 | ||
Established | ৯ নৱেম্বৰ ২০০০ | ||
ৰাজধানী | ডেৰাদুন | ||
মহানগৰ | ডেৰাদুন | ||
ৰাজ্যপাল | |||
Speaker | |||
মুখ্যমন্ত্ৰী | |||
বিধানসভা (আসন) | Unicameral (71‡) | ||
জনসংখ্যা • ঘনত্ব |
8,479,562 (19th) • 158 /কিমি২ (409 /বৰ্গ মাইল) | ||
স্বাক্ষৰতা | 72% | ||
চৰকাৰী ভাষা | হিন্দী, সংস্কৃত,[1][2] গাড়ৱালী | ||
---|---|---|---|
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) | ||
মাটিকালি | >53,566 km (33,284 mi)> (18th)> | ||
ISO 3166-2 | IN-UL | ||
পাদটিকা
| |||
ৱেবছাইট | ua.nic.in |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.