পদ্মভূষণ (হিন্দী: पद्म भूषण) পদ্ম সন্মানসমূহৰ ভিতৰত এই সন্মান তৃতীয় স্থানত। ইয়াৰ স্মাৰকটোও পদ্মবিভূষণ থকা স্মাৰকটোৰ দৰেই। ইয়াৰ ট্ৰফিটোৰ মাজত সোণৰ বগা পাত চৰোৱা, তিনিটা পাহিৰ সৈতে এপাহ পদুম ফুলৰ প্ৰতীক খোদিত কৰা হয়। আনটো ফালে ৰাষ্ট্ৰীয় প্ৰতীকটো অংকন কৰা থাকে।

ক্ষিপ্ৰ তথ্য বঁটাৰ তথ্য, প্ৰকাৰ ...
পদ্মভূষণ
বঁটাৰ তথ্য
প্ৰকাৰ অসামৰিক
শ্ৰেণী ৰাষ্ট্ৰীয়
প্ৰতিষ্ঠা ১৯৫৪
প্ৰথমবাৰ প্ৰদান ১৯৫৪
অন্তিমবাৰ প্ৰদান ২০২৩
মুঠ প্ৰদানৰ সংখ্যা ১২৮৭
প্ৰদানকৰ্তা ভাৰত চৰকাৰ
বঁটাৰ মৰ্যদা
পদ্মবিভূষণপদ্মভূষণপদ্মশ্ৰী
বন্ধ কৰক
Thumb

ইতিহাস

পদ্মভূষণ সন্মানটো ১৯৫৪ চনৰ ২ জানুৱাৰীত ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰবৰ্তন কৰা হৈছিল। দেশৰ হকে থকা যিকোনো ক্ষেত্ৰতে ভাল তথা বিৰল কামেৰে ৰাষ্ট্ৰৰ উন্নতি সাধন কৰা ব্যক্তিলৈ এই পুৰস্কাৰ আগবঢ়োৱা হয়। ২০১০ চনৰ জানুৱাৰী মাহলৈকে ১১১১ জন ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হৈছে।[1][2]


পদ্মভূষণ সন্মান লাভ কৰা ব্যক্তিসকল

  • পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (১৯৫৪-১৯৫৯)
  • পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (১৯৬০–১৯৬৯)
  • পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (১৯৭০–১৯৭৯)
  • পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (১৯৮০–১৯৮৯)
  • পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (১৯৯০–১৯৯৯)
  • পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (২০০০–২০০৯)
  • পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (২০১০–২০১৯)

আৰু চাওক

পদ্মভূষণ অসমীয়া ব্যক্তিসকলৰ তালিকা

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.