পদ্মশ্ৰী

ভাৰত চৰকাৰে প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান From Wikipedia, the free encyclopedia

পদ্মশ্ৰী

পদ্মশ্ৰী ভাৰত চৰকাৰে প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান। শিল্পকলা, শিক্ষা, বাণিজ্য, সাহিত্য, বিজ্ঞান, ক্ৰীড়া, সমাজ সেৱা আৰু চৰকাৰী ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে ভাৰত চৰকাৰে এই সম্মান প্ৰদান কৰি আহিছে। এই সম্মান সাধাৰণতে ভাৰতীয় নাগৰিকসকলকেই প্ৰদান কৰা হয়।

ক্ষিপ্ৰ তথ্য বঁটাৰ তথ্য, প্ৰকাৰ ...
পদ্মশ্ৰী
Thumb
বঁটাৰ তথ্য
প্ৰকাৰ অসামৰিক
শ্ৰেণী ৰাষ্ট্ৰীয়
প্ৰতিষ্ঠা ১৯৫৪
প্ৰথমবাৰ প্ৰদান ১৯৫৪
অন্তিমবাৰ প্ৰদান ২০২৩
প্ৰদানকৰ্তা ভাৰত চৰকাৰ
বঁটাৰ মৰ্যদা
পদ্মভূষণপদ্মশ্ৰীনাই
বন্ধ কৰক

বঁটাৰ গঠন

ইয়াৰ স্মাৰকটোও পদ্মবিভূষণ আৰু পদ্মভূষণ থকা স্মাৰকটোৰ দৰেই। ইয়াৰ ট্ৰফিটোৰ মাজত সোণৰ বগা পাত চৰোৱা, পাঁচটা পাহিৰ সৈতে এপাহ পদুম ফুলৰ প্ৰতীক খোদিত কৰা হয়। আনটো ফালে ৰাষ্ট্ৰীয় প্ৰতীকটো অংকন কৰা থাকে। পদকটোৰ উপৰ আৰু তলত 'পদ্ম' আৰু 'শ্ৰী' শব্দ দূটা লিপিবদ্ধ কৰা আছে। ওপৰৰ দিশত বিভিন্ন জ্যামিতিক আকাৰৰ ছবিও আছে।

২০২১ বৰ্ষলৈকে ৩২২৫ গৰাকী ব্যক্তিক এই সন্মান দিয়া হৈছে। ২০২২ বৰ্ষত ১০৭ গৰাকী ব্যক্তিয়ে পদ্মশ্ৰী সন্মান লাভ কৰিছে।[1] [2][3][4]

পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা

  • পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (১৯৫৪–১৯৫৯)
  • পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (১৯৬০–১৯৬৯)
  • পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (১৯৭০–১৯৭৯)
  • পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (১৯৮০–১৯৮৯)
  • পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (১৯৯০–১৯৯৯)
  • পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (২০০০–২০০৯)
  • পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (২০১০–২০১৯)

আৰু চাওক

পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.