ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ
From Wikipedia, the free encyclopedia
ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ চমুকৈ নাক (NAAC) ভাৰতৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ মূল্যাংকন আৰু প্ৰত্যাপনৰ লগত জড়িত অনুষ্ঠান। বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনত এই অনুষ্ঠানটো সম্পূৰ্ণ স্বায়ত্ত্বশাসিত। ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ অন্তৰ্গত এই অনুষ্ঠানৰ মুখ্য কাৰ্যালয় কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত অৱস্থিত। ইয়াৰ বৰ্তমান সঞ্চালক প্ৰধান এছ. চি. শৰ্মা।
ক্ষিপ্ৰ তথ্য সংস্থাৰ ৰূপৰেখা, গঠন ...
![]() | |
সংস্থাৰ ৰূপৰেখা | |
---|---|
গঠন | ১৯৯৪ |
ক্ষেত্ৰাধিকাৰ | ভাৰত |
মুখ্য কাৰ্যালয় | বেংগালুৰু, কৰ্ণাটক, ভাৰত |
মূলমন্ত্ৰ | Excellence . Credibility . Relevance (উৎকৃষ্টতা . বিশ্বাসযোগ্যতা . প্ৰাসংগিকতা) |
সংস্থাৰ কাৰ্যবাহী | এছ. চি. শৰ্মা[1], সঞ্চালক |
পিতৃ বিভাগ | মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়, ভাৰত চৰকাৰ |
পিতৃ সংস্থা | বিশ্ববিদ্যালয় অনুদান আয়োগ |
ৱেবছাইট | www |
বন্ধ কৰক