ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেচন)
ৰাজনৈতিক দল / From Wikipedia, the free encyclopedia
ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেচন) (ইংৰাজী: Indian National Congress (Organisation) বা Congress (O)) ভাৰতৰ এটা অধুনালুপ্ত ৰাজনৈতিক দল। ইন্দিৰা গান্ধীক কংগ্ৰেছৰ পৰা নিলম্বন কৰা ঘটনাৰ পৰিপ্ৰেক্ষিতত এই দলটো গঠিত হৈছিল।[1]