ৰাম সিং ঠাকুৰী
ভাৰতীয় স্বাধীনতা সংগ্ৰামী / From Wikipedia, the free encyclopedia
ৰাম সিং ঠাকুৰী ইংৰাজী: Ram Singh Thakuri; ১৫ আগষ্ট ১৯১৪ – ১৫ এপ্ৰিল ২০০২) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সংগীতজ্ঞ আৰু সুৰকাৰ আছিল।[1] তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় সেনাবাহিনীত (ইণ্ডিয়ান নেচনেল আৰ্মী) কৰ্মৰত অৱস্থাত ‘কদম কদম বঢ়ায়ে যা’ আৰু ‘সৱ সুখ চেইন’কে ধৰি কেইবাটাও দেশপ্ৰেমমূলক গীত ৰচনা কৰিছিল।
ক্ষিপ্ৰ তথ্য কেপ্টেইন ৰাম সিং ঠাকুৰী, জন্ম ...
কেপ্টেইন ৰাম সিং ঠাকুৰী | |
---|---|
জন্ম | ১৫ আগষ্ট, ১৯১৪ খানয়াৰা, ধৰমশালা, পাঞ্জাৱ প্ৰভিনেন্স, ব্ৰিটিছ ভাৰত (বৰ্তমান হিমাচল প্ৰদেশ, ভাৰত) |
মৃত্যু | ১৫ এপ্ৰিল, ২০০২ (৮৭ বছৰ) ভৈছকুণ্ড, উত্তৰ প্ৰদেশ, ভাৰত |
আনুগত্য | ![]() ![]() |
চাকৰি/শাখা | ব্ৰিটিছ ইণ্ডিয়ান আৰ্মী ভাৰতীয় ৰাষ্টীয় সেনা ভাৰতীয় সেনা |
চাকৰিৰ কাৰ্যকাল | ১৯৪২-১৯৭৪ |
পদমৰ্যদা | ![]() |
ইউনিট | ![]() |
যুদ্ধ-বিগ্ৰহ | খাইবাৰ পাখটুনখ্বা যুদ্ধ |
পুৰস্কাৰ | ![]() |
অন্যান্য কাম | বেণ্ড মাষ্টাৰ |
বন্ধ কৰক
পিছৰ জীৱনত কেপ্তেইন সিঙে ‘উত্তৰ প্ৰদেশ প্ৰভিন্সিয়েল আৰ্মড কনষ্টেবুলাৰী’ (পিএচি)ত কাম কৰি ‘কনষ্টেবুলাৰী বেণ্ড’ প্ৰতিষ্ঠা কৰে।