ৰামকৃষ্ণ পৰমহংস ( Ramkṛiṣṇo Pôromôhongśo (সহায় ·তথ্য ) ) আছিল ভাৰত ৰ এজন মহান সন্ত তথা ধৰ্মাচাৰক। কথিত মতে তেওঁৰ সৰুৰে পৰা বিশ্বাস আছিল যে ঈশ্বৰৰ দৰ্শন সম্ভৱ। সেয়েহে তেওঁৰ জীৱন আছিল কঠোৰ সাধনা আৰু ভক্তিৰে পৰিপূৰ্ণ। তেওঁ আছিল মানৱতাৰ পূজাৰী। সাধনাৰ ফলত তেওঁ এই সিদ্ধান্তত উপনীত হৈছিল যে- পৃথিৱীৰ সকলো ধৰ্মই সঁচা আৰু ইয়াত কোনো ভিন্নতা নাই। ই মাথোঁ ঈশ্বৰপ্ৰাপ্তিৰ ভিন ভিন সাধন। [ উদ্ধৃতিৰ প্ৰয়োজন ]
ক্ষিপ্ৰ তথ্য Ramakrishna ৰামকৃষ্ণ পৰমহংস, জন্ম ...
Ramakrishna ৰামকৃষ্ণ পৰমহংস দক্ষিণেশ্বৰ ত ৰামকৃষ্ণ পৰমহংসজন্ম
১৮ ফেব্ৰুৱাৰী , ১৮৩৬প্ৰকৃত নাম
গদাধৰ চট্টোপাধ্যায় উপাধি/সন্মান
পৰমহংস গুৰু
ভৈৰবী ব্ৰাহ্মণী, তোতাপুৰী, গোবিন্দ ৰায় দৰ্শন
অদ্বৈত বেদান্ত , ভক্তি
বন্ধ কৰক
ৰামকৃষ্ণ পৰমহংসদেৱৰ জন্ম হৈছিল ১৮৩৬ খ্ৰীষ্টাব্দত, পশ্চিমবংগ ৰ গাঁও কামাৰপুকুৰত। তেওঁৰ দেউতাকৰ নাম আছিল খুদিৰাম চট্টোপাধ্যায় [1] আৰু মাকৰ নাম আছিল চন্দ্ৰমনি দেৱী । ৰামকৃষ্ণ পৰমহংসৰ সৰুকালৰ নাম আছিল গদাধৰ। তেওঁৰ শিশুসুলভ সৰলতা আৰু মন্ত্ৰমুগ্ধ হাঁহিয়ে সকলোকে মোহিত কৰিছিল।
অধিক তথ্য হিন্দু ধৰ্ম ...
হিন্দু ধৰ্ম
ওঁ • ব্ৰহ্মা • ঈশ্বৰ
হিন্দু • হিন্দু ধৰ্মৰ ইতিহাস
ধাৰণা
ব্ৰহ্মা • ওঁ • ঈশ্বৰ
আত্ম • মায়া
কৰ্ম • সংসাৰ
পুৰুষাৰ্থ
(ধৰ্ম • অৰ্থ • কাম • মোক্ষ )
মতবাদ
আস্তিক
সাংখ্য •
যোগ
ন্যায় •
বৈশেষিক
পূৰ্ব মীমাংসা
উত্তৰ মীমাংসা (বেদান্ত )
(দ্বৈত , অদ্বৈত , বিশিষ্টাদ্বৈত )
নাস্তিক
চাৰ্বাক
শাস্ত্ৰ
বেদ
ঋকবেদ • যজুৰবেদ
সামবেদ • অথৰ্ববেদ
বিভাগ
সংহিতা , ব্ৰাহ্মণ ,আৰণ্যক , উপনিষদ
উপবেদ
আয়ুৰ্বেদ • ধনুৰ্বেদ
গন্ধৰ্ৱবেদ • স্থাপত্যবেদ
বেদাঙ্গ
শিক্ষা •
ছন্দ •
ব্যাকৰণ
নিৰুক্ত •
কল্প •
জ্যোতিষ
উপনিষদ
ঋগ্বৈদিক
ঐতৰেয়
যজুৰ্বৈদিক
বৃহদাৰণ্যক • ঈশ তৈত্তিৰীয় • কঠ • শ্বেতাশ্বেতৰ
সামবৈদিক
ছান্দগ্যো • কেন
অথৰ্ববৈদিক
মুণ্ডক • মাণ্ডুক্য • প্ৰশ্ন
পুৰাণ
ব্ৰাহ্মী পুৰাণ
ব্ৰহ্মা • ব্ৰহ্মাণ্ড ব্ৰহ্মবৈবৰ্ত মাৰ্কণ্ডেয় • ভৱিষ্য
বৈষ্ণব পুৰাণ
বিষ্ণু • ভাগৱত নাৰদীয় • গৰুড় • পদ্ম
শৈৱ পুৰাণ
শিৱ • লিঙ্গ স্কন্ধ • অগ্নি • বায়ু
ইতিহাস
ৰামায়ণ • মহাভাৰত
অন্যান্য শাস্ত্ৰগ্ৰন্থ
শ্ৰীমদ্ভগৱতগীতা
ধৰ্মশাস্ত্ৰ • মনুস্মৃতি
অৰ্থশাস্ত্ৰ • যোগবাশিষ্ঠ
সূত্ৰ • স্তোত্ৰ • তন্ত্ৰ
যোগসূত্ৰ
অন্যান্য
শাস্ত্ৰৰ বৰ্গীকৰণ
শ্ৰুতি • স্মৃতি
অন্যান্য প্ৰসঙ্গ
হিন্দু শাখাসম্প্ৰদায় দেশ অনুসাৰে হিন্দু ধৰ্ম
পুৰাণ • হিন্দু পঞ্জিকা
হিন্দু আইন • হিন্দু মূৰ্তিতত্ত্ব
হিন্দু জাতীয়তাবাদ • হিন্দুত্ব
তীৰ্থ
অত্যাচাৰ • সমালোচনা
শব্দকোষ
হিন্দু ধৰ্ম বাটচ'ৰা
হিন্দু পুৰাণ বাটচ'ৰা
প্ৰ • আ • স
বন্ধ কৰক
১৮৫৫ চনত কলকাতাৰ এগৰাকী চহকী কৈৱৰ্ত সম্প্ৰদায়ৰ মহিলা ৰাণী ৰাসমণিয়ে নিৰ্মাণ কৰা দক্ষিণেশ্বৰ কালি মন্দিৰত ৰামকুমাৰে পূজাৰী হিচাপে যোগদান কৰিছিল।[2] ৰামকৃষ্ণ আৰু তেওঁৰ ভতিজাক হৃদয় ৰামকুমাৰৰ সহকাৰী ৰূপে মূৰ্তি সজোৱাৰ কামত নিয়োজিত হৈছিল। ১৮৫৬ চনত ৰামকুমাৰৰ মৃত্যুৰ পিছত ৰামকৃষ্ণই মন্দিৰৰ পুৰোহিতৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল।[3] কলকতা ৰ এখন পাঠশালাৰ সঞ্চালক অগ্ৰজ ককায়েক ৰামকুমাৰ চট্টোপাধ্যায়ে ৰামকৃষ্ণ পৰমহংসক তেওঁৰ পাঠশালাত অধ্যাপনা কৰিবলৈ লৈ গৈছিল। কিন্তু বহু চেষ্টাৰ পিছতো অধ্যাপনা-অধ্যয়নত তেওঁৰ মন নবহাত কলিকতাৰে ওচৰৰ দক্ষিণেশ্বৰ ত থকা কালী মাতাৰ মন্দিৰ ত ককায়েকে তেওঁক পুৰোহিতৰ দায়িত্ব সঁপিলে। ৰামকৃষ্ণ পৰমহংস হৈ পৰিল কালীমাৰ পৰম ভক্ত। এনেদৰে ২০ বছৰ বয়সতে মাতাৰ কৃপাত তেওঁ লাভ কৰিলে পৰম দিব্য জ্ঞান।
ৰামকৃষ্ণ পৰমহংসৰ পৰম শিষ্য আছিল স্বামী বিবেকানন্দ । ৰামকৃষ্ণদেৱে নিজস্ব অনুভূতিতে ঈশ্বৰৰ অস্তিত্ব বিশ্বাস কৰিছিল। আধ্যাত্মিক সত্য, প্ৰখৰ ভক্তি এইবোৰ আছিল তেওৰ পথ প্ৰদৰ্শক। তেওঁ ভক্তসকলক মানৱতাৰ পাঠ পঢ়ুৱাইছিল।
ওণ
ৰামকৃষ্ণদেৱৰ শিষ্য নাগ মহাশয় দেৱে এদিন গংগাৰ পাৰত দুজন লোকে ৰামকৃষ্ণ পৰমহংসদেৱক গালি পাৰি কথা কৈ থকা শুনি ক্ৰোধিত হোৱাৰ পাছতো ঈশ্বৰক কৈছিল যে তেওঁলোকৰ মন ৰামকৃষ্ণৰ প্ৰতি ভক্তিৰে ভৰাই তোলা। সঁচা ভক্তিৰ ফলত সেই দুজন লোকে সন্ধিয়ালৈ একেলগে আহি ৰামকৃষ্ণদেৱৰ ভৰিত পৰি ক্ষমা খুজিছিল আৰু ৰামকৃষ্ণদেৱেও মানুহ দুজনক ক্ষমা কৰি দিছিল।
জীৱন ৰ বিয়লি বেলাত ৰামকৃষ্ণদেৱে সমাধিক্ষেত্ৰ তে থাকিবলৈ ল'লে। শৰীৰৰ প্ৰতি মোহ লাহে লাহে কমি আহিল। স্বাস্থ্য ৰ প্ৰতি ধ্যান ৰাখিবলৈ শিষ্যসকলে কৰা অনুৰোধত তেওঁ মাথোঁ হাঁহিবলৈ ধৰিলে। তেওঁৰ শিষ্যসকলে তেওঁক ঠাকুৰ নামেৰে মাতিছিল। ৰামকৃষ্ণ পৰমহংসৰ পৰমশিষ্য বিবেকানন্দই কিছুদিনৰ বাবে হিমালয় ত গৈ তপস্যা কৰিবলৈ বিচাৰিছিল। আজ্ঞা ল'বলৈ বিবেকানন্দই যেতিয়া ৰামকৃষ্ণদেৱৰ ওচৰলৈ গৈছিল, তেতিয়া ৰামকৃষ্ণদেৱে কৈছিল যে- চাৰিওফালে মানুহ ভোকাতুৰ, চাৰিওফালে মাথোঁ অজ্ঞানৰ আন্ধাৰ। ইয়াত মানু্হে হাহাকাৰ কৰিব আৰু তেওঁ হিমালয়ৰ কোনো গুহাৰ আনন্দত নিমগ্ন থাকিলে তেওঁৰ আত্মাই শান্তি নাপাব । ইয়াৰ পাছতে বিবেকানন্দই দৰিদ্ৰৰ সেৱাত নিমগ্ন হ'ল।
ৰামকৃষ্ণ পৰমহংস আছিল মহান যোগী, মানৱ সেৱাক ঈশ্বৰপ্ৰশস্ত পথ বুলি মনতে থাপি লৈ সমাজ সেৱা ত নিজ জীৱন উছৰ্গা কৰি অনৈকতাত একতাৰ সন্ধান কৰা এজন মহাপুৰুষ।
তেখেতে ১৮৮৬ খ্ৰীষ্টাব্দৰ ১৫ আগষ্টত শেষ নিশ্বাস গ্ৰহণ কৰে।
Smart, Ninian The World’s Religions (1998) p.409, Cambridge
Beckerlegge, Gwilym (March 2006). Swami Vivekananda's Legacy of Service . Oxford University Press. ISBN 9780195673883
Bhattacharyya, Somnath. "Kali's Child: Psychological And Hermeneutical Problems" . Infinity Foundation. Archived from the original on 2007-10-04. http://www.infinityfoundation.com/mandala/s_rv/s_rv_bhatt_kali_frameset.htm । আহৰণ কৰা হৈছে: 2008-03-15 .
Chatterjee, Partha (1993). The Nation and Its Fragments: Colonial and Postcolonial Histories . Princeton University Press. পৃষ্ঠা. 296. ISBN 978-0-691-01943-7 .
Gupta, Mahendranath ("M.") ; Swami Nikhilananda (1942). The Gospel of Sri Ramakrishna . Ramakrishna-Vivekananda Center. ISBN 0911206019 . http://www.belurmath.org/gospel/
Gupta, Mahendranath ("M."); Dharm Pal Gupta (2001). Sri Sri Ramakrishna Kathamrita . Sri Ma Trust. ISBN 978-81-88343-00-3 . http://www.kathamrita.org/
Harding, Elizabeth U. (1998). Kali, the Dark Goddess of Dakshineswar . Motilal Banarsidass. ISBN 8120814509
Heehs, Peter (2002). "Ramakrishna Paramahamsa". Indian Religions . Orient Blackswan
Hixon, Lex (2002). Great Swan: Meetings With Ramakrishna . প্ৰকাশক Burdett, N.Y.: Larson Publications. ISBN 0-943914-80-9
Isherwood, Christopher (1980). Ramakrishna and His Disciples . প্ৰকাশক Hollywood, Calif: Vedanta Press. ISBN 0-87481-037-X (reprint, orig. 1965)
Jackson, Carl T. (1994). Vedanta for the West . Indiana University Press. ISBN 0-253-33098-X
Kripal, Jeffery J. (1995). Kali's Child: The Mystical and the Erotic in the Life and Teachings of Ramakrishna . University of Chicago Press
Müller, max (1898). Ramakrishna: His Life and Sayings . প্ৰকাশক Great Britain: LONGMANS, GREEN, AND CO.. ISBN 81-7505-060-8 . http://www.sacred-texts.com/hin/rls/index.htm
Neevel, Walter G.; Bardwell L. Smith (1976). "The Transformation of Ramakrishna". Hinduism: New Essays in the History of Religions . Brill Archive. পৃষ্ঠা. 53–97
Rajagopalachari, Chakravarti (1973). Sri Ramakrishna Upanishad . Vedanta Press
Ramaswamy, Krishnan; Antonio de Nicolas (2007). Invading the Sacred: An Analysis of Hinduism Studies in America . প্ৰকাশক Delhi, India: Rupa & Co. ISBN 978-8129111821
Rolland, Romain (1929). Life of Ramakrishna . Vedanta Press. ISBN 978-8185301440
Saradananda, Swami ; Swami Chetanananda (2003). Sri Ramakrishna and His Divine Play . প্ৰকাশক St. Louis: Vedanta Society. ISBN 978-0916356811
Saradananda, Swami; Swami Jagadananda (1952). Sri Ramakrishna The Great Master . Sri Ramakrishna Math
Sen, Amiya P. (June 2006). "Sri Ramakrishna, the Kathamrita and the Calcutta middle classes: an old problematic revisited". Postcolonial Studies খণ্ড 9 (2): 165–177. doi :10.1080/13688790600657835 . ISSN 1368-8790
Sen, Amiya P. (2001). Three essays on Sri Ramakrishna and his times . Indian Institute of Advanced Study
Spivak, Gayatri Chakravorty (December 28, 2007). Other Asias . Wiley-Blackwell
Tyagananda; Vrajaprana (2010). Interpreting Ramakrishna: Kali's Child Revisited . প্ৰকাশক Delhi: Motilal Banarsidass. পৃষ্ঠা. 410. ISBN 9788120834996 . http://www.interpretingramakrishna.com/ .
Ananyananda, Swami (1981). Ramakrishna: a biography in pictures . Advaita Ashrama, Calcutta. ISBN 978-8185843971 .
Chetanananda, Swami (1990). Ramakrishna As We Saw Him . প্ৰকাশক St. Louis: Vedanta Society of St Louis. ISBN 978-0916356644 .
Hourihan, Paul (2002). Ramakrishna & Christ, the Supermystics: New Interpretations . Vedantic Shores Press. ISBN 1-931816-00-X .
Olson, Carl (1990). The Mysterious Play of Kālī: An Interpretive Study of Rāmakrishna . American Academy of Religion (Scholars Press). ISBN 1-55540-339-5 .
Prosser, Lee. (2001) Isherwood, Bowles, Vedanta, Wicca, and Me. Writers Club: Lincoln, Nebraska. ISBN 0-595-20284-5
Satyananda, Saraswati. Ramakrishna: The Nectar of Eternal Bliss . Devi Mandir Publications. ISBN 1-877795-66-6 .
Torwesten, Hans (1999). Ramakrishna and Christ, or, The paradox of the incarnation . The Ramakrishna Mission Institute of Culture. ISBN 978-8185843971 .