ৰাইমা সেন
ভাৰতীয় অভিনেত্ৰী / From Wikipedia, the free encyclopedia
ৰাইমা সেন (ইংৰাজী: Raima Sen, জন্ম: ৭ নৱেম্বৰ ১৯৭৯)[1] এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ বঙালী আৰু হিন্দী চলচ্চিত্ৰ উদ্যোগত তেওঁৰ কামৰ বাবে জনাজাত।
ক্ষিপ্ৰ তথ্য ৰাইমা সেন, জন্ম ...
ৰাইমা সেন | |
---|---|
![]() ২০১৭ চনত কলকাতাত ৰাইমা সেন | |
জন্ম | ৰাইমা দেৱ বৰ্মা ৭ নৱেম্বৰ, ১৯৭৯ (৪৪ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৯৯–বৰ্তমান |
পিতৃ-মাতৃ | ভৰত দেৱ বৰ্মা (পিতৃ) মুনমুন সেন (মাতৃ) |
আত্মীয়-স্বজন | ৰিয়া সেন (ভগ্নী) সুচিত্ৰা সেন (আইতা) |
বন্ধ কৰক