ৰাইন
পশ্চিম ইউৰোপৰ প্ৰধান নদী / From Wikipedia, the free encyclopedia
ৰাইন (জাৰ্মান: Rhein; ফৰাচী: Rhin; ওলন্দাজ: Rijn) এখন ইউৰোপীয়ান নদী। ১২৩০ কিমি দীঘল এই নদীখন কেন্দ্ৰীয় আৰু পশ্চিম ইউৰোপৰ দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘ্যৰ নদী[2]
ক্ষিপ্ৰ তথ্য দেশসমূহ, Rhine Basin ...
Rhine (Rhenus, Rhein, Rhin, Rijn) | |
River | |
Lorelei rock in Rhineland-Palatinate | |
Name origin: Celtic Rēnos | |
দেশসমূহ | Germany, Austria, Switzerland, France, Netherlands, Liechtenstein |
---|---|
Rhine Basin | Luxembourg, Belgium, Italy |
Primary source | Vorderrhein |
- অৱস্থান | Tomasee ("Lai da Tuma"), Surselva, Graubünden, Switzerland |
- উচ্চতা | ২,৩৪৫ মি (৭,৬৯৪ ফুট) |
- স্থানাঙ্ক | 46°37′57″N 8°40′20″E |
Secondary source | Hinterrhein |
- location | Paradies Glacier, Graubünden, Switzerland |
Source confluence | Reichenau |
- location | Tamins, Graubünden, Switzerland |
- elevation | ৫৯৬ মি (১,৯৫৫ ফুট) |
- coordinates | 46°49′24″N 9°24′27″E |
মোহনা | North Sea |
- অৱস্থান | Hoek van Holland, Rotterdam, Netherlands |
- উচ্চতা | ০ মি (০ ফুট) |
- স্থানাঙ্ক | 51°58′54″N 4°4′50″E |
দৈৰ্ঘ্য | ১,২৩০ কিমি (৭৬৪ মাইল) |
অৱবাহিকা | ১,৮৫,০০০ বৰ্গকিমি (৭১,৪২৯ বৰ্গমাইল) |
প্ৰবাহ | |
- গড় | ২,৯০০ ঘনমিটাৰ/ছেকেণ্ড (১,০২,৪১৩ ঘনফুট/ছেকেণ্ড) |
- সৰ্বোচ্চ | ১৩,০০০ ঘনমিটাৰ/ছেকেণ্ড (৪,৫৯,০৯১ ঘনফুট/ছেকেণ্ড) |
- সৰ্বনিম্ন | ৮০০ ঘনমিটাৰ/ছেকেণ্ড (২৮,২৫২ ঘনফুট/ছেকেণ্ড) |
ইউনেস্ক’ বিশ্ব ঐতিহ্যবাহী স্থান | |
Name | Upper Middle Rhine Valley |
Wikimedia Commons: Rhine | |
[1] | |
বন্ধ কৰক
ৰাইন আৰু ড’নুবে (Danube) নদীয়ে ৰোমান সাম্ৰাজ্যৰ উত্তৰদিশ সামৰি আছিল আৰু তেতিয়াৰে পৰা বাণিজ্য সম্প্ৰসাৰণ তথা জলজ সম্পদৰ ক্ষেত্ৰত এই নদীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ৰাইন নদীৰ পাৰত অৱস্থিত ঐতিহাসিক অট্টালিকা সমূহে ৰোমান সাম্ৰাজ্যৰ কালত এই নদীৰ গুৰুত্বপূৰ্ণ ভূমিকাকে প্ৰমাণ কৰে। আধুনিক যুগত এই নদী জাৰ্মান ৰাষ্ট্ৰীয়তাৰ প্ৰতীক হৈ পৰিছে।