![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/7/7c/Cuon.alpinus-cut.jpg/640px-Cuon.alpinus-cut.jpg&w=640&q=50)
ৰাংকুকুৰ
From Wikipedia, the free encyclopedia
ৰাংকুকুৰ হ'ল এচিয়া মহাদেশৰ ৰঙা-মুগা বনৰীয়া কুকুৰ৷ ঘৰচীয়া কুকুৰ বা কুকুৰনেচিয়া বাঘতকৈ ইয়াৰ ঠেং কেইটা তুলনামূলকভাৱে চুটি ,নেগুৰ জোপোহা ধৰণৰ আৰু ঘন ঘন দাঁতৰ পাৰি৷ ইয়াক Asiatic Wild Dog বুলিও জনা যায়৷ ইয়াৰ পোৱালীবোৰ জন্ম হওঁতে ধোঁৱাবৰণীয়া হয় আৰু প্ৰায় তিনি মাহৰ ভিতৰত ইটাগুৰীয়া বৰণৰ হৈ পৰে৷ ৰাংকুকুৰৰ জোমবোৰ ঋতু অনুযায়ী কম বেচি হয়৷
ক্ষিপ্ৰ তথ্য ৰাংকুকুৰ জীৱাশ্ম কাল: Post-Pleistocene-Recent, সংৰক্ষণ স্থিতি ...
ৰাংকুকুৰ[1] জীৱাশ্ম কাল: Post-Pleistocene-Recent | |
---|---|
![]() | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Carnivora |
পৰিয়াল: | Canidae |
উপপৰিয়াল: | Caninae |
গণ: | Cuon Hodgson, 1838 |
প্ৰজাতি: | C. alpinus |
বৈজ্ঞানিক নাম | |
Cuon alpinus (Pallas, 1811) | |
![]() | |
ৰাংকুকুৰৰ বিস্তৃতি |
বন্ধ কৰক