ৰজাগাঁও
From Wikipedia, the free encyclopedia
ৰজাগাঁও (ইংৰাজী: Rajagaon) নগাঁও জিলাৰ দক্ষিণ প্ৰান্তৰ এখনি সৰু ঠাই যদিওবা ই শিক্ষা দীক্ষাত আগবঢ়া। ইয়াত এখন ছোৱালী হাইস্কুল, এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়, এখন ডিগ্ৰী কলেজ (কাজিৰঙা মহাবিদ্যালয়, ) আছে।
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
ৰজাগাঁও, শিঙিমাৰী পঞ্চায়তৰ অন্তৰ্গত। বৃহত্তৰ শিঙিমাৰী এলেকাৰ প্ৰাণকেন্দ্ৰ ৰজাগাঁও হোৱা হেতুকে ৰজাগাঁৱত থকা অনুষ্ঠান-প্ৰতিষ্ঠানবোৰৰ নাম শিঙিমাৰী বুলি জনা যায়; গতিকে প্ৰাথমিক বিদ্যলয় বা মধ্য ইংৰাজী বিদ্যালয় বা উচ্চ মাধ্যমিক বা উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহক শিঙিমাৰী বুলিহে উল্লেখ কৰে।
কিন্বদন্তী মতে, অতীতত ইয়াত গাৰোসকলৰ ৰজাৰ বাসস্থান আছিল। ইয়াৰ সাক্ষীস্বৰূপে এতিয়াও ৰজাপুখুৰী; গাৰোপাহাৰ; কমাৰফা গাঁৱৰ মেগালিথিক শিলাসমূহ বিৰাজমান।