ৰঙামূৰীয়া শেন
চৰাইৰ প্ৰজাতি / From Wikipedia, the free encyclopedia
ৰঙামূৰীয়া শেন[2](ইংৰাজী: Red-necked Falcon, বৈজ্ঞানিক নাম-Falco chicquera) ফেলকন (falcon) পৰিয়ালৰ অন্তৰ্ভুক্ত এটা মাংসভোজী চৰাইৰ প্ৰজাতি৷ ই ভাৰত আৰু আফ্ৰিকাত বহুলভাৱে বিস্তৃত৷
ক্ষিপ্ৰ তথ্য ৰঙামূৰীয়া শেন (Red-necked Falcon), সংৰক্ষণ স্থিতি ...
ৰঙামূৰীয়া শেন (Red-necked Falcon) | |
---|---|
Falco chicquera chicquera | |
![]() | |
Falco chicquera ruficollis | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Falconiformes |
পৰিয়াল: | Falconidae |
গণ: | Falco |
প্ৰজাতি: | F. chicquera |
বৈজ্ঞানিক নাম | |
Falco chicquera Daudin, 1800 | |
Subspecies | |
1-3, see text. |
বন্ধ কৰক