৬০তম ফিল্মফেয়াৰ বঁটা
From Wikipedia, the free encyclopedia
২০১৪ চনৰ বলিউডৰ শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰসমূহক পুৰস্কৃত কৰিবলৈ ২০১৫ চনৰ ৩১ জানুৱাৰী তাৰিখে মুম্বাইৰ য়শ ৰাজ ষ্টুডিঅ'ত ৬০তম ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটি আঁত ধৰে চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ, অভিনেত্ৰী আলিয়া ভাট আৰু কৌতুক শিল্পী কপিল শৰ্মাই।[1][2]
ক্ষিপ্ৰ তথ্য ৬০তম ফিল্মফেয়াৰ বঁটা, দিনাংক ...
৬০তম ফিল্মফেয়াৰ বঁটা | ||||
---|---|---|---|---|
দিনাংক | ৩১ জানুৱাৰী ২০১৫ | |||
স্থান | য়শ ৰাজ ষ্টুডিঅ', মুম্বাই | |||
আঁত ধৰোঁতা | কৰণ জোহৰ আলিয়া ভাট কপিল শৰ্মা | |||
মূল তথ্য | ||||
শ্ৰেষ্ঠ চলচ্চিত্ৰ | কুঈন | |||
সৰ্বাধিক বিজয় | কুঈন (৬) | |||
সৰ্বাধিক মনোনয়ন | কুঈন (১৩) | |||
দূৰদৰ্শনত সম্প্ৰচাৰ | ||||
নেটৱৰ্ক | চ’নী | |||
|
বন্ধ কৰক