![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/f4/National_Highway_52_%2528India%2529.png/640px-National_Highway_52_%2528India%2529.png&w=640&q=50)
৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
From Wikipedia, the free encyclopedia
৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 52, NH 52) উত্তৰ-পূব ভাৰতৰ অসম আৰু অৰুণাচল প্ৰদেশত অৱস্থিত। গুৱাহাটীৰ উত্তৰ দিশত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটো ফাটি এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ সৃষ্টি হৈছে। তাৰ পিছত ই পূব আৰু উত্তৰ-পূবলৈ বিস্তৃত হৈ আছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে ৮৫০ কিঃমিঃ (৫২৮ মাইল)। ইয়াৰে ৫৪০ কিঃমিঃ (৩৪০ মাইল) অসমত আৰু বাকীখিনি অৰুণাচল প্ৰদেশত আছে।[1]
ক্ষিপ্ৰ তথ্য ৫২ ৰাষ্ট্ৰীয় ঘাইপথ ৫২, পথ তথ্য ...
ৰাষ্ট্ৰীয় ঘাইপথ ৫২ | |
---|---|
![]() ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মানচিত্ৰ | |
পথ তথ্য | |
দৈৰ্ঘ্য | সাঁচ:Convert/LoffAoffDxSoff) |
Major junctions | |
From | বাইহাটা, অসম |
To | ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ |
Location | |
States | অসম: 540 km (340 মাইল) অৰুণাচল প্ৰদেশ: 310 km (190 মাইল) |
Primary destinations | গুৱাহাটী - Charali - তেজপুৰ - গহপুৰ – উত্তৰ লক্ষীমপুৰ - পাছিঘাট - তেজু - সীতাপানী |
Highway system | |
ভাৰতীয় পথ নেটৱৰ্ক ৰাষ্ট্ৰীয় ঘাইপথ • এক্সপ্ৰেছ পথ • ৰাজ্যিক Lua error in package.lua at line 80: module 'Module:Road data/parser/sandbox' not found. |
বন্ধ কৰক
অসমৰ আৰু অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ মাজত সংযোগ স্থাপন কৰা পথটো হৈছে ৫২এ নং ৰাষ্ট্ৰীয় ঘাইপথ। এই পথটো ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰে এটা অংশ।