হৃদয় হাজৰিকা
ভাৰতীয় শ্বুটাৰ / From Wikipedia, the free encyclopedia
হৃদয় হাজৰিকা (ইংৰাজী: Hriday Hazarika, জন্ম: ১২ জানুৱাৰী ২০০১) এগৰাকী ভাৰতীয় শ্বুটাৰ।[2] ২০১৮ চনৰ জুন মাহত জাৰ্মানীত অনুষ্ঠিত হোৱা আই এছ এছ এফ জুনিয়ৰ বিশ্বকাপত অংশগ্ৰহণ কৰি তেওঁ ব্যক্তিগতভাৱে সোণৰ পদক লাভ কৰে আৰু দলীয়ভাৱে দিব্যাংশু আৰু চাহু মানেইৰ সৈতে খেলি নতুন বিশ্ব অভিলেখ গঢ়ি ১৮৭৫.৩ নম্বৰসহ সোণৰ পদক লাভ কৰিছিল।[3] ২০২৩ চনৰ মে' মাহত আজাৰবাইজানৰ বাকু চহৰত অনুষ্ঠিত আই এছ এছ এফ শ্বুটিং বিশ্বকাপৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰ পুৰুষৰ শাখাত তেওঁ ৰূপৰ পদক অৰ্জন কৰে।[4]
ক্ষিপ্ৰ তথ্য হৃদয় হাজৰিকা, ব্যক্তিগত তথ্যাৱলী ...
হৃদয় হাজৰিকা | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
২০২৩ চনৰ মে' মাহত আজাৰবাইজানৰ বাকু চহৰত হৃদয় হাজৰিকা | |||||||||||||
ব্যক্তিগত তথ্যাৱলী | |||||||||||||
জন্ম | ১২ জানুৱাৰী, ২০০১ (২৩ বছৰ)[1] লখিমপুৰ, অসম | ||||||||||||
জীৱিকা | শ্বুটাৰ | ||||||||||||
পদক অভিলেখ
|
বন্ধ কৰক