![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/c/c1/Hajong_girls_in_rang%2527a_pathin_and_phule%2527_argon.jpg/640px-Hajong_girls_in_rang%2527a_pathin_and_phule%2527_argon.jpg&w=640&q=50)
হাজং জনগোষ্ঠী
ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠী / From Wikipedia, the free encyclopedia
হাজং জনগোষ্ঠী ভাৰত উপমহাদেশৰ এক চীনা তিব্বতীয় জনগোষ্ঠী।[1] এই জনগোষ্ঠী লোকসকলে ঘাইকৈ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু বাংলাদেশৰ উত্তৰ অংশত বাস কৰে।[2] হাজং সকলৰ সংখ্যাগৰিষ্ঠ লোকে ভাৰতত বাস কৰে। হাজং সকল সাধাৰণতে ধান খেতি কৰে।[3] কথিত আছে যে তেওঁলোকে গাৰো পাহাৰত ধান খেতি আৰম্ভ কৰিছিল। হাজং সকলে ভাৰতৰ সংবিধানৰ মতে অনুসূচীত জনজাতিৰ মৰ্যাদা লাভ কৰিছে।[4]হাজং সকলৰ সংস্কৃতি নৃত্য লেৱাতানা।
![]() | হাজং সকলৰ জন্ম মৃত্যু সম্পৰ্কীয় ক্ৰিয়া কৰ্ম নামৰ প্ৰবন্ধ এই প্ৰবন্ধৰ লগত একত্ৰিত কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। (আলোচনা) |
ক্ষিপ্ৰ তথ্য উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ, ভাষাসমূহ ...
![]() | ||||||
হৰ্ণবিল উৎসৱত পাৰম্পৰিক নৃত্যৰত হাজং গাভৰু | ||||||
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ | ||||||
---|---|---|---|---|---|---|
| ||||||
ভাষাসমূহ | ||||||
ধৰ্ম | ||||||
বন্ধ কৰক