স্পেইন
From Wikipedia, the free encyclopedia
স্পেইন (স্পেনীছ: España বা স্পেইন ৰাজ্য (স্পেনীছ: Reino de España) হৈছে ইউৰোপ মহাদেশৰ দক্ষিণ-পশ্চিম কোণত অৱস্থিত এখন ৰাষ্ট্ৰ। চৰকাৰৰ প্ৰকাৰ অনুসৰি, দেশখন এখন সংসদীয় গণতান্ত্ৰিক ৰাজতন্ত্ৰ। ই আইবেৰিয়ান উপদ্বীপৰ প্ৰায় ৮৫% অঞ্চল সামৰি লয়। উপদ্বীপৰ বাকী অংশ স্পেইনৰ আটাইতকৈ সৰু চুবুৰীয়া পৰ্তুগাল আৰু জিব্ৰাল্টাৰৰ ব্ৰিটিছ প্ৰশাসনিক অঞ্চলত অৱস্থিত। স্পেইনৰ এলেকা হৈছে ৫,০৫,৯৯০ বৰ্গ কিমি (১,৯৫,৩৬০ বৰ্গ মাইল); স্পেইন হৈছে ইউৰোপৰ চতুৰ্থ বৃহত্তম দেশ আৰু আকাৰৰ হিচাপত ৰাছিয়া, ইউক্ৰেইন আৰু ফ্ৰান্সৰ পিছত দক্ষিণ ইউৰোপত সৰ্ববৃহৎ। মাদ্ৰিদ হৈছে স্পেইনৰ সৰ্ববৃহৎ চহৰ আৰু ৰাজধানী। বাৰ্চিলোনা, ভেলেন্সিয়া, চেভিয়া, বিলবাও আৰু মালাগা হৈছে আন কেইখনমান গুৰুত্বপূৰ্ণ চহৰ।
ক্ষিপ্ৰ তথ্য Catalan:, Basque: ...
কিংডম অফ স্পেইন[টোকা 1] | ||||||
---|---|---|---|---|---|---|
নীতিবাক্য Plus ultra (Latin) (English: "Further Beyond") |
||||||
ৰাষ্ট্ৰীয় সঙ্গীত Marcha Real (Spanish)[1] (English: "Royal March") |
||||||
[[Image: |250px |center |স্পেইন-ৰ অৱস্থান]] স্পেইনৰ অৱস্থান (dark green) – ইউৰোপৰ মেপত (green & dark grey) |
||||||
ৰাজধানী (আৰু বৃহত্তম নগৰ) | মাদ্ৰিদ | |||||
Official language | স্পেনিছ[টোকা 3] | |||||
Nationality (2020) |
| |||||
জাতীয়তাসূচক বিশেষণ |
|
|||||
চৰকাৰ | Unitary parliamentary constitutional monarchy | |||||
- | সম্ৰাট | Felipe VI | ||||
- | প্ৰধানমন্ত্ৰী | Pedro Sánchez | ||||
Formation | ||||||
- | De facto | ২০ জানুৱাৰী ১৪৭৯ | ||||
- | De jure | ৯ জুন ১৭১৫ | ||||
- | First constitution | ১৯ মাৰ্চ ১৮১২ | ||||
- | Francoist Spain | ১ এপ্ৰিল ১৯৩৯-১৯৭৮ | ||||
- | Current democracy | 29 December 1978 | ||||
- | EEC accession[টোকা 4] | ১ জানুৱাৰী ১৯৮৬ | ||||
মাটিকালি | ||||||
- | মুঠ | ৫,০৫,৯৯০'"`UNIQ--ref-০০০০০০০৮-QINU`"' বৰ্গ কিমি (৫১তম) ১,৯৫,৩৬৪ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ০.৮৯ (২,০১৫)'"`UNIQ--ref-০০০০০০০৯-QINU`"' | ||||
জনসংখ্যা | ||||||
- | ২০২০ লোকপিয়ল | সাঁচ:IncreaseNeutral ৪,৭৪,৫০,৭৯৫'"`UNIQ--ref-০০০০০০০A-QINU`"''"`UNIQ--ref-০০০০০০০B-QINU`"''"`UNIQ--ref-০০০০০০০D-QINU`"' (৩০তম) | ||||
জিডিপি (পিপিপি) | ২০২১ আনুমানিক | |||||
- | মুঠ | $1.942 trillion[4] (১৫তম) | ||||
- | জনমুৰি | $৪১,৭৩৬[4] (৩২তম) | ||||
জিডিপি (নামমাত্ৰ) | ২০২১ আনুমানিক | |||||
- | মুঠ | $1.450 trillion[4] (১৩তম) | ||||
- | জনমুৰি | $ত৩১,১৭৮[4] (২৬তম) | ||||
জিনি সহগ? (২০১৯) | ৩৩.০ (১০৩তম) | |||||
মানৱ উন্নয়ন সূচক (২০১৯) | ০.৯০৪ (২৫তম) | |||||
মুদ্ৰা | ইউৰো[টোকা 5] (€) (EUR ) |
|||||
সময় অঞ্চল | WET and CET (ইউটিচি±০ to +১) | |||||
- | গ্ৰীষ্মকালীন (ডিএছটি) | WEST and CEST (ইউটিচি+১ to +২) | ||||
Note: most of Spain observes CET/CEST, except the Canary Islands which observe WET/WEST. | ||||||
তাৰিখ বিন্যাস | dd/mm/yyyy (CE) | |||||
গাড়ী চলোৱা হয় | সোঁহাতে | |||||
ISO 3166 code | ES | |||||
ইণ্টাৰনেট টিএলডি | .es[টোকা 6] | |||||
কলিং ক'ড | ++34 |
বন্ধ কৰক