শিলচৰ বিমানবন্দৰ
From Wikipedia, the free encyclopedia
শিলচৰ বিমানবন্দৰ (বঙালী: শিলচৰ বিমানবন্দৰ) (ইংৰাজী: Silchar Airport) (আইএটিএ: IXS, আইচিএঅ’: VEKU) ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলীয় ৰাজ্য অসমৰ কাছাৰ জিলাৰ শিলচৰত অৱস্থিত এটা বিমানবন্দৰ। এই বিমানবন্দৰটো শিলচৰ নগৰৰ পৰা কিছু দূৰৈত কুম্ভিৰগ্ৰাম নামৰ ঠাইত অৱস্থিত। বিমানবন্দৰটো ১৯৪৪ চনত বৃটিছসকলে প্ৰতিষ্ঠা কৰে। শিলচৰ বিমানবন্দৰে বছৰি প্ৰায় ২,৩০,০০০ যাত্ৰী বহন কৰে। প্ৰতি সপ্তাহত প্ৰায় ৩০ খন বিমান শিলচৰ বিমানবন্দৰৰ পৰা ইম্ফল, গুৱাহাটী, কলকাতা আৰু তেজপুৰলৈ যাত্ৰা কৰে।
ক্ষিপ্ৰ তথ্য শিলচৰ বিমানবন্দৰKumbhirgram Air Force Baseশিলচৰ বিমানবন্দৰ কুম্ভীৰগ্ৰাম বায়ুসেনা বেস, সংক্ষিপ্ত ...
শিলচৰ বিমানবন্দৰ Kumbhirgram Air Force Base শিলচৰ বিমানবন্দৰ কুম্ভীৰগ্ৰাম বায়ুসেনা বেস | |||
---|---|---|---|
আইএটিএ: IXS – আইচিএঅ: VEKU
| |||
সংক্ষিপ্ত | |||
প্ৰকাৰ | ভাৰতীয় বায়ু সেনা / অসামৰিক বিমানবন্দৰ | ||
অধিকাৰী | ভাৰতীয় বায়ু সেনা | ||
অপাৰেটৰ | ভাৰতীয় বায়ু সেনা, ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ | ||
সেৱা | শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ | ||
অৱস্থান | কুম্ভিৰগ্ৰাম, শিলচৰ, অসম, ভাৰত | ||
উচ্চতা | 352 ফুট / 107 মিটাৰ | ||
স্থানাঙ্ক | 24°54′47″N 092°58′43″E | ||
ৱেবছাইট | www.aai.aero/allAirports/silchar | ||
উড্ডায়ন পথ | |||
দিকনিৰ্দেশনা | দৈৰ্ঘ্য | উপৰিতল | |
ফুট | মিটাৰ | ||
০৬/২৪ | ৭,৫০০ | ২,২৮৬ | কংক্ৰিট |
পৰিসংখ্যা (২০১৬) | |||
Passenger Movements | 200,855(![]() | ||
Aircraft Movements | 3586(![]() | ||
বন্ধ কৰক