চাওফা চ্যু-লিক-ফা (আহোম: 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜎𑜢𑜀𑜫 𑜇𑜡,ইংৰাজী: Sulikphaa) বা ৰত্নধ্বজ সিংহ ১৬৭৯ চনৰ পৰা ১৬৮১ চনলৈ আহোম ৰাজ্যৰ ৰজা আছিল। গুৱাহাটী আৰু নামনি অসমৰ আহোম ৰাজপ্ৰতিনিধি লালুকসোলা বৰফুকনে আগৰ ৰজা চুদৈফাক আঁতৰাই চুলিক্‌ফাক ৰজা পাতোঁতে তেওঁৰ বয়স আছিল মাত্ৰ ১৪ বছৰ। এই বয়সতে ৰজা হোৱা বাবে তেওঁ ল'ৰা ৰজা নাম পাইছিল। তেওঁৰ শাসনকালত লালুকসোলা বৰফুকনে নানা দুৰ্ষ্কাৰ্য কৰিছিল। তাৰ ভিতৰত এটা আছিল আহোম ৰাজবংশৰ কোঁৱৰসকলৰ অংগ ক্ষত কৰা। তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপাণি পলাই সাৰিলেও তেওঁৰ পত্নী জয়মতীক চুলিক্‌ফাৰ সৈন্যই অমানুসিক অত্যাচাৰ চলায় আৰু কুঁৱৰী মৃত্যুমুখত পৰে। ৰাজসভাৰ বিবাদত লালুকসোলা বৰফুকনৰ হত্যাৰ পাছত কলিয়াবৰৰ মন্ত্ৰীসকলে ল'ৰা ৰজাক আঁতৰাই যোগ্য কোঁৱৰ এজনক ৰজা পাতিবলৈ মনস্থ কৰে। সেই মৰ্মে কামৰূপৰ ৰাণী অঞ্চলত আত্মগোপন কৰি থকা গদাপাণিক আনি ৰজা পতা হয়। চুলিক্‌ফাক নামৰূপলৈ নিৰ্বাসন দিয়া হয় আৰু পাছত মৃত্যুদণ্ড বিহা হয়।

ক্ষিপ্ৰ তথ্য চাওফা চ্যু-লিক-ফা 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜎𑜢𑜀𑜫 𑜇𑜡, সম্পূৰ্ণ নাম ...
চাওফা চ্যু-লিক-ফা
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜎𑜢𑜀𑜫 𑜇𑜡
চাওফা
অসমৰ ৰজা
সম্পূৰ্ণ নাম
চাওফা চ্যু-লিক-ফা
বাসগৃহ ছ্যু ফৈদ , আহোম ৰাজবংশ
ধৰ্ম আহোম ধৰ্ম
বন্ধ কৰক
অধিক তথ্য আহোম ৰাজবংশ ...
আহোম ৰাজবংশ
চ্যু-কা-ফা১২২৮১২৬৮
চুতেওফা১২৬৮১২৮১
চুবিণ্‌ফা১২৮১১২৯৩
চুখাংফা১২৯৩১৩৩২
চুখ্ৰাম্‌ফা১৩৩২১৩৬৪
শাসক নাই১৩৬৪১৩৬৯
চুতুফা১৩৬৯১৩৭৬
শাসক নাই১৩৭৬১৩৮০
ত্যাও খাম্‌টি১৩৮০১৩৮৯
শাসক নাই১৩৮৯১৩৯৭
চুডাংফা১৩৯৭১৪০৭
চুজান্‌ফা১৪০৭১৪২২
১০চুফক্‌ফা১৪২২১৪৩৯
১১চুচেনফা১৪৩৯১৪৮৮
১২চুহেনফা১৪৮৮১৪৯৩
১৩চুপিম্‌ফা১৪৯৩১৪৯৭
১৪চুহুন্মুং১৪৯৭১৫৩৯
১৫চুক্লেণমুং১৫৩৯১৫৫২
১৬চুখাম্‌ফা১৫৫২১৬০৩
১৭চুচেংফা১৬০৩১৬৪১
১৮চুৰাম্‌ফা১৬৪১১৬৪৪
১৯চুত্যিণ্‌ফা১৬৪৪১৬৪৮
২০চুতাম্লা১৬৪৮১৬৬৩
২১চুপংমুং১৬৬৩১৬৭০
২২চুন্যৎফা১৬৭০১৬৭২
২৩চুক্লমফা১৬৭২১৬৭৪
২৪চুহুংফা১৬৭৪১৬৭৫
২৫গোবৰ ৰজা১৬৭৫১৬৭৫
২৬চুজিন্‌ফা১৬৭৫১৬৭৭
২৭চুদৈফা১৬৭৭১৬৭৯
২৮চুলিক্‌ফা১৬৭৯১৬৮১
২৯চুপাতফা১৬৮১১৬৯৬
৩০চুখ্ৰংফা১৬৯৬১৭১৪
৩১চুতণফা১৭১৪১৭৪৪
৩২চুণেণফা১৭৪৪১৭৫১
৩৩চুৰেম্‌ফা১৭৫১১৭৬৯
৩৪চুণ্যেউফা১৭৬৯১৭৮০
৩৫চুহিত্পংফা১৭৮০১৭৯৫
৩৬চুক্লিংফা১৭৯৫১৮১১
৩৭চুদিংফা১৮১১১৮১৮
৩৮পুৰন্দৰ সিংহ১৮১৮১৮১৯
৩৯চুদিংফা১৮১৯১৮২১
৪০যোগেশ্বৰ সিংহ১৮২১১৮২৪
৪১পুৰন্দৰ সিংহ১৮৩২১৮৩৯
বন্ধ কৰক


তথ্যসূত্ৰ

  • বৰবৰুৱা, হিতেশ্বৰ (১৯৮১). Ahomor Din. প্ৰকাশক Guwahati: Publication Board of Assam.
  • Bhuyan, S K (1957). Atan Burhagohain and his times. প্ৰকাশক Guwahati: Lawyers Book Stall.
  • Bhuyan, S K, ed (1968). Tunkhungia Buranji (2 সম্পাদনা). প্ৰকাশক Guwahati: Lawyers Book Stall.
  • Gait, Edward A (1926), A History of Assam (2 সম্পাদনা), প্ৰকাশক Calcutta
  • Gogoi, Padmeswar (1968). The Tai and the Tai Kingdoms. প্ৰকাশক Guwahati: Department of Publications, Gauhati University.

টোকা

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.