তুংখঙিয়া বা তিংখঙিয়া ফৈদ(ইংৰাজী ভাষা:Ting Khang Clan or Tungkhangiya ) আছিল আহোম ৰাজবংশৰ এটি শাখা। এই বংশৰ চাওফাই 1681 ৰ পৰা আৰম্ভ কৰি ন শতিকাৰ আৰম্ভণি লৈকে আহোম ৰাজ্যত শাসন কৰিছিল।[1] তিংখং ঠাইখনৰ পৰা তুংখঙিয়া শব্দটো সৃষ্টি হৈছে বুলি জনা যায় ।
লগতে চাওক
তথ্য সংগ্ৰহ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.