লাৰকানা
সিন্ধৰ চহৰ, পাকিস্তান / From Wikipedia, the free encyclopedia
লাৰকানা (ইংৰাজী: Larkana; উৰ্দু: لاڑکانہ; সিন্ধী: لاڙڪاڻو) হৈছে পাকিস্তানৰ সিন্ধ প্ৰদেশত অৱস্থিত এখন চহৰ। জনসংখ্যাৰ হিচাপত ই পাকিস্তানৰ ১৫ নং বৃহৎ চহৰ।[5] ই সিন্ধু সভ্যতাৰ মহেঞ্জোদাৰোৰ স্থান।[6] চহৰখনৰ পূব দিশৰ পৰা দক্ষিণ দিশলৈ ঐতিহাসিক সিন্ধু নদীখন বৈ গৈছে।[7]
ক্ষিপ্ৰ তথ্য লাৰকানা لاڙڪاڻولاڑکانہ, Country ...
লাৰকানা لاڙڪاڻو لاڑکانہ |
|
---|---|
— City — | |
ভৌগোলিক স্থানাংক: 27.3330°N 68.1240°E / 27.3330; 68.1240 | |
Country | পাকিস্তান |
Province | Sindh |
District | Larkana District |
Taluka | Larkana Taluka |
চৰকাৰ | |
- প্ৰকাৰ | Municipal Corporation |
- Mayor | None (Vacant)[1] |
- Deputy Mayor | None (Vacant)[1] |
- Deputy Commissioner (D.C) | Tariq Manzoor Chandio[2] |
মাটিকালি[3] | |
- City | ৮২ কি.মি.২ (৩১.৭ বৰ্গ মাইল) |
- মহানগৰ | ১,৯০৬ কি.মি.২ (৭৩৫.৯ বৰ্গ মাইল) |
উচ্চতা | ১৪৭ মিটাৰ (৪৮২.২৮ ফুট) |
জনসংখ্যা (২০১৭)[4] | |
- City | ৪,৯০,৫০৮ জন |
- স্থান | ১৫th Pakistanতম |
- জনঘনত্ব | ৫,৯৮১.৮ প্ৰতি বৰ্গ কি.মি. (১৫,৪৯২.৮ প্ৰতি বৰ্গ মাইল) |
সময় অঞ্চল | PKT (গ্ৰী.মা.স.+5) |
অঞ্চল কোড | 074 |
ৱেবছাইট | Larkana.pk |
বন্ধ কৰক
এই চহৰখন লাৰকানা জিলাৰ অন্তৰ্গত। পূৰ্বতে “চাণ্ডকা” নামেৰে জনাজাত এই ঠাইখন ঘৰ কেনেলৰ দক্ষিণ পাৰে; চিকাৰপুৰ চহৰৰ পৰা প্ৰায় ৪০ মাইল (64 km) দক্ষিণে আৰু মেহাৰৰ পৰা ৩৬ মাইল (58 km) উত্তৰ-পূব দিশত অৱস্থিত।[8] ২০১৭ চনৰ পাকিস্তানৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৪,৯০,৫০৮ জন।[4] কৰাচী, হায়দৰাবাদ, আৰু চুক্কুৰৰ পিছতে ই সিন্ধ প্ৰদেশৰ চতুৰ্থ জনবসতিপূৰ্ণ চহৰ। তদুপৰি ২০১৭ চনৰ লোকপিয়লৰ সময়ত লাৰকানা চহৰক পাকিস্তানৰ পঞ্চদশ বৃহত্তম স্থানত ৰখা হৈছে।