যৌন প্ৰৱেশক্ৰিয়া
From Wikipedia, the free encyclopedia
যৌন প্ৰৱেশক্ৰিয়া বুলিলে মহিলাৰ যোনি অথবা পুৰুষ বা মহিলাৰ মলদ্বাৰত লিংগ সুমুৱাই দিয়াক বুজোৱা হয়। তাৰোপৰি ডিলডো বা কৃত্ৰিম লিংগ সুমুৱাই দিয়াকো যৌন প্ৰৱেশৰ এক প্ৰকাৰ বুলি গণ্য কৰা হয়। আনহাতে যোনি বা মলদ্বাৰত আঙুলি সোমোৱাই দিয়াটো যৌন প্ৰৱেশ বুলি গণ্য কৰা নহয়।