যশৱন্ত সিং ৰাৱত
From Wikipedia, the free encyclopedia
ৰাইফলমেন যশৱন্ত সিং ৰাৱত (ইংৰাজী: Jaswant Singh Rawat), এমভিচি (১৯ আগষ্ট ১৯৪১ - ১৭ নৱেম্বৰ ১৯৬২) ভাৰতীয় সৈন্য বাহিনীৰ গাড়োৱাল ৰাইফলছৰ এজন সৈনিক আছিল যাক অৰুণাচল প্ৰদেশ, ভাৰতৰ নুৰানাঙত চীন-ভাৰত যুদ্ধৰ সময়ত প্ৰদৰ্শন কৰা বীৰত্বৰ বাবে মৰণোত্তৰভাৱে সন্মানীয় মহা বীৰ চক্ৰ প্ৰদান কৰা হৈছিল।[1]
ক্ষিপ্ৰ তথ্য ৰাইফলমেনযশৱন্ত সিং ৰাৱত মহাবীৰ চক্ৰ, জন্ম ...
ৰাইফলমেন যশৱন্ত সিং ৰাৱত মহাবীৰ চক্ৰ | |
---|---|
শ্বহীদ যশৱন্ত সিং ৰাৱত | |
জন্ম | ১৯ আগষ্ট, ১৯৪১ বাৰয়ুন, গাড়োৱাল, ইউনাইটেড প্ৰভিঞ্চেচ (১৯৩৭–৫০), ব্ৰিটিছ ভাৰত (বৰ্তমানৰ চামলি জিলা , উত্তৰাখণ্ড, ভাৰত) |
মৃত্যু | ১৭ নৱেম্বৰ, ১৯৬২ (২১ বছৰ) জং, North-East Frontier Agency, ভাৰত (বৰ্তমানৰ অৰুণাচল প্ৰদেশ, ভাৰত) |
আনুগত্য | Republic of India |
চাকৰি/শাখা | ভাৰতীয় সেনা |
চাকৰিৰ কাৰ্যকাল | ১ |
পদমৰ্যদা | ৰাইফলমেন |
ইউনিট | ৪ৰ্থ গাড়োৱাল ৰাইফল |
যুদ্ধ-বিগ্ৰহ | ভাৰত-চীন যুদ্ধ |
পুৰস্কাৰ | মহা বীৰ চক্ৰ |
বন্ধ কৰক