নেফা
ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ এক ৰাজনৈতিক অঞ্চল / From Wikipedia, the free encyclopedia
উত্তৰ-পূব সীমান্ত অঞ্চল বা নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সী (চমুকৈ নেফা) আছিল ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ এক ৰাজনৈতিক সমষ্টি। ১৯৭২ চনলৈ ই সংযুক্ত ভাৰতবৰ্ষৰ অংশ হিচাপে থাকে আৰু পিছত অৰুণাচল প্ৰদেশৰ অন্তৰ্ভুক্ত হয়। ১৯৭৪ চনলৈ ইয়াৰ মুখ্য কাৰ্যালয় শ্বিলঙত আছিল আৰু পিছত ইটানগৰলৈ স্থানান্তৰিত কৰা হৈছিল।