মাণিকপুৰ
From Wikipedia, the free encyclopedia
মাণিকপুৰ (ইংৰাজী: Manikpur) অসম ৰাজ্যৰ বঙাইগাঁও জিলাৰ এখন সৰু চহৰ আৰু গাওঁ পঞ্চায়ত ৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথে ইয়াক চুই গৈছে ৷ ই বঙাইগাওঁ চহৰৰ পৰা ২৪.৭ কিল'মিটাৰ আৰু ৰাজ্যৰ ৰাজধানী দিছপুৰৰ পৰা ১৫৫ কিল'মিটাৰ আতৰত অৱস্থিত। ঐতিহাসিক মানাহ নদী মাণিকপুৰৰ কাষেৰে বৈ গৈছে ৷
ক্ষিপ্ৰ তথ্য
মাণিকপুৰ | |||
— চহৰ — | |||
স্থানাঙ্ক | 26.51°N 90.77°E / 26.51; 90.77 | ||
দেশ | ভাৰত | ||
ৰাজ্য | অসম | ||
জিলা | বঙাইগাঁও | ||
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) | ||
ক'ড
|
বন্ধ কৰক