মাকাও
From Wikipedia, the free encyclopedia
মাকাও(মেকাও নামেও পৰিচিত) গণপ্ৰজাতন্ত্ৰী চীনৰ দুটা বিশেষ প্ৰশাসনিক অঞ্চলৰ এটা। আনটো হল হংকং। মাকাও পাৰ্ল ব-দ্বীপৰ পশ্চিমাংশত হংকঙৰ পূবত অবস্থিত।[4] ইয়াৰ উত্তৰত গুয়াংডং প্ৰদেশ আৰু দক্ষিণ আৰু পূবত দক্ষিণ চীন সাগৰ। মাকাওৰ অৰ্থনীতি বহুলাংশে পৰ্যটন আৰু জুয়া-ব্যৱসায়ৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ ওপৰি আয়ৰ প্ৰধান উৎস যন্ত্ৰাংশ উৎপাদন।
ক্ষিপ্ৰ তথ্য মাকাও বিশেষ প্ৰশাসনিক অঞ্চল(গণপ্ৰজাতন্ত্ৰী চীন)中華人民共和國澳門特別行政區Região Administrativa Especial de Macau da República Popular da China (Portuguese), ৰাষ্ট্ৰভাষা (সমূহ) ...
মাকাও বিশেষ প্ৰশাসনিক অঞ্চল (গণপ্ৰজাতন্ত্ৰী চীন)[1] 中華人民共和國澳門特別行政區 Região Administrativa Especial de Macau da República Popular da China (Portuguese) |
||||||
---|---|---|---|---|---|---|
ৰাষ্ট্ৰীয় সঙ্গীত স্বেচ্ছাসেৱকলৰ কুচকাৱাজ 《義勇軍進行曲》 Marcha dos Voluntários |
||||||
ঘড়িৰ কাঁটাৰ দিশত (ওপৰৰ পৰা তললৈ ): চেন্ট পল গীৰ্জাৰ ধ্বংসাৱশেষ ; কেচিন' লিচবোৱা ; চেন্ট জোচেফ চেমিনাৰী চাৰ্চ ; পোন্তে গোবৰ্নাদোৰ নোব্ৰে দে কাৰ্বালো দলং ; আ-মা মন্দিৰ; গিয়া দূৰ্গ; মাকাও টাৱাৰ।
|
||||||
ৰাষ্ট্ৰভাষা (সমূহ) | চীনা , পৰ্তুগীজ [2] | |||||
কথিত ভাষা | কেন্টনীয় উপভাষা, মাকানীয় পৰ্তুগীজ, মাকানীয় (পাতুয়া) | |||||
লিখন পদ্ধতি | পাৰম্পৰিক চীনা , লেটিন বৰ্ণমালা | |||||
জাতীয়তাসূচক বিশেষণ | মাকানীয় | |||||
চৰকাৰ | মাকাও বিশেষ প্ৰশাসনিক অঞ্চল (গণপ্ৰজাতন্ত্ৰী চীন) | |||||
- | প্ৰধান কাৰ্য্যবাহী, মাকাও | ফাৰ্নান্দো চুই | ||||
- | বিচাৰ আৰু প্ৰশাসন সচিব (মাকাও) | ছনিয়া চেন | ||||
- | চুড়ান্ত আপীল কৰ্ট(মাকাও) প্ৰেচিডেন্ট | চেম হো ফেই | ||||
- | মাকাও আইনসভাৰ সভাপতি | হো লেট চেং | ||||
Establishment | ||||||
- | Portugal-administered trading post | ১৫৫৭ | ||||
- | পৰ্তুগীজ কলনী | ১ ডিচেম্বৰ , ১৮৮৭ | ||||
- | Transfer of sovereignty to the PRC | ২০ ডিচেম্বৰ , ১৯৯৯ |
||||
মাটিকালি | ||||||
- | মুঠ | ২৯.৫ বৰ্গ কিমি (২২৯তম) ১১.৩৯ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ০ % | ||||
জনসংখ্যা | ||||||
- | ২০১২ আনুমানিক | ৫,৬৮,৭০০ (১৬৭তম) | ||||
জিডিপি (পিপিপি) | ২০০৮ আনুমানিক | |||||
- | মুঠ | US$৩১.২৭১ বিলিয়ন (৯৯তম) | ||||
- | জনমুৰি | US$৫৯,৪৫১ (২য়) | ||||
জিডিপি (নামমাত্ৰ) | ২০০৯ আনুমানিক | |||||
- | মুঠ | US$২১.৭০০ বিলিয়ন (৯৪তম) | ||||
- | জনমুৰি | US$৩৯,৮০০ (১৮তম) | ||||
মানৱ উন্নয়ন সূচক (২০০৭) | ০.৯৪৪[3] (অতি উচ্চ) (২৫তম) | |||||
মুদ্ৰা | মাকানী পাতাকা (MOP$) (MOP ) |
|||||
সময় অঞ্চল | চীন মান সময়(MST() (ইউটিচি+৮) | |||||
গাড়ী চলোৱা হয় | ববাওঁফালে | |||||
ISO 3166 code | MO | |||||
ইণ্টাৰনেট টিএলডি | .mo | |||||
কলিং ক'ড | ++৮৫৩ |
বন্ধ কৰক
ক্ষিপ্ৰ তথ্য মাকাও, চীনা নাম ...
মাকাও | |||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
চীনা নাম | |||||||||||||||||||||||||||||||
পৰম্পৰাগত চীনা লিপি | 澳門 | ||||||||||||||||||||||||||||||
সৰলীকৃত চীনা লিপি | 澳门 | ||||||||||||||||||||||||||||||
Cantonese Jyutping | ou3mun4*2 | ||||||||||||||||||||||||||||||
Cantonese Yale | Oumùhn | ||||||||||||||||||||||||||||||
Hanyu Pinyin | Àomén | ||||||||||||||||||||||||||||||
আক্ষৰিক অৰ্থ | সমুদ্ৰ দ্বাৰ | ||||||||||||||||||||||||||||||
| |||||||||||||||||||||||||||||||
মাকাও বিশেষ প্ৰশাসনিক অঞ্চল | |||||||||||||||||||||||||||||||
পৰম্পৰাগত চীনা লিপি | 澳門特別行政區 (or 澳門特區) | ||||||||||||||||||||||||||||||
সৰলীকৃত চীনা লিপি | 澳门特别行政区 (or 澳门特区) | ||||||||||||||||||||||||||||||
| |||||||||||||||||||||||||||||||
Portuguese name | |||||||||||||||||||||||||||||||
Portuguese | Região Administrativa Especial de Macau (ৰেজিয়াঅ' এডমিনিষ্টাৰাতিভা এস্পেচিয়েল দে মাকাও) অৰ্থ "Macau Special Administrative Region" |
বন্ধ কৰক