From Wikipedia, the free encyclopedia
মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয় ১৯৬৩ চনৰ জুলাই মাহত ডিব্ৰুগড়ৰ কদমনিত প্ৰতিষ্ঠা কৰা হৈছিল। মহাবিদ্যালয় খনত মুঠ ছাত্ৰীৰ সংখ্যা প্ৰায় ১৮০০ গৰাকী। মহাবিদ্যালয় খনৰ স্নাতক মহলা ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অন্তৰ্ভুক্ত।[1]
মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয় | |
---|---|
Manohari Devi Kanoi Girls' College | |
স্থাপিত | ১৯৬৩ |
ধৰণ | ৰাজহুৱা |
অধ্যক্ষ | ডঃ দিলীপ কুমাৰ ভূঞা |
শৈক্ষিক কৰ্মচাৰী | ১৭ |
শিক্ষাৰ্থী | ১৮০০ |
স্থান | কদমনি, ডিব্ৰুগড় , অসম, ভাৰত |
চৌহদ | চহৰীয়া |
উপনাম | MDK Girls' College |
ভুক্তি | ডিব্ৰুগড় বিশ্ববিদ্যালয় |
ৱেবছাইট | www.mdkgcollege.edu.in |
মহাবিদ্যালয় খন ডিব্ৰুগড়ৰ কদমনিৰ কেশৱ চন্দ্ৰ গগৈ পথত অৱস্থিত। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মহাবিদ্যালয় খনৰ কাষেৰে পাৰ হৈ গৈছে। ডিব্ৰুগড় ৰেল ষ্টেচন আৰু ডিব্ৰুগড় বিমানবন্দৰ মহাবিদ্যালয় খনৰ পৰা ক্ৰমে ৫ আৰু ১৬ কিঃমিঃ নিলগত অৱস্থিত।
এইখন এখন কলা মহাবিদ্যালয়। মহাবিদ্যালয় খনে আগবঢ়োৱা পাঠ্যক্ৰম সমূহ হ'ল-
মহাবিদ্যালয় খনে আন বহুতো বিষয়ৰ শিক্ষা আগবঢ়ায়। যেনে-
লগতে মহাবিদ্যালয় খনে বিশ্ববিদ্যালয় অনুদান আয়োগৰ স্বীকৃতি প্ৰাপ্ত কিছুমান পেশাদাৰী পাঠ্যক্ৰমো আৰম্ভ কৰিছে। যেনে-
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.