ভাৰতীয় লোক-সংগীত
ভাৰতীয় লোকসংগীত / From Wikipedia, the free encyclopedia
ভাৰতৰ বিপুল সাংস্কৃতিক বৈচিত্ৰ্যৰ বাবেই ভাৰতীয় লোক-সংগীত বৈচিত্ৰ্যপূৰ্ণ। এই বিশাল ৰাষ্ট্ৰখনৰ বিভিন্ন অঞ্চলত, বিভিন্ন ভাষা আৰু উপভাষাত নিজা নিজা লোক-সংগীত গোৱা হয় আৰু প্ৰব্ৰজনৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ভাৰতীয় লোক-সংগীতে প্ৰসাৰ লাভ কৰিছে।
ক্ষিপ্ৰ তথ্য ভাৰতৰ সংগীত, প্ৰকাৰ ...
ভাৰতৰ সংগীত | |
---|---|
তানপুৰা বজায় থকা এগৰাকী মহিলা, ১৭৩৫ খ্ৰীষ্টাব্দ (ৰাজস্থান) | |
প্ৰকাৰ | |
পৰম্পৰাগত
আধুনিক | |
গণ মাধ্যম আৰু পৰিৱেশন | |
সংগীতৰ বঁটা | * সংগীত নাটক অকাডেমী বঁটা |
সংগীতৰ উৎসৱ | * সপ্তক ফেষ্টিভেল অৱ মিউজিক
|
সংগীতৰ গণ মাধ্যম | * শ্ৰুতি
|
জাতীয়তাবাদী আৰু দেশপ্ৰেমমূলক গীত | |
ৰাষ্ট্ৰীয় সংগীত | জন গণ মন |
আঞ্চলিক সংগীত | |
* আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ
| |
বন্ধ কৰক