বৰ্মণ ৰাজবংশ
From Wikipedia, the free encyclopedia
বৰ্মণ বংশ (ইংৰাজী: Varman dynasty) খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ মাজভাগত পুষ্যবৰ্মা নামৰ ৰজা এজনে কামৰূপত প্ৰতিষ্ঠা কৰে।[2][3] এই বংশই ৩৫০ খ্ৰীষ্টাব্দৰ পৰা ৬৫০ খ্ৰীষ্টাব্দলৈ কামৰূপত ৰাজত্ব কৰিছিল। এই বংশ সেই সময়ৰ গুপ্ত বংশৰ সমসাময়িক আছিল।
ক্ষিপ্ৰ তথ্য
কামৰূপ ৰাজ্য বৰ্মণ বংশ | ||||
| ||||
ৰাজধানী | প্ৰাগজ্যোতিষপুৰ (বৰ্তমানৰ গুৱাহাটী) [1] | |||
ভাষা(সমূহ) | Kamarupi Prakrit, সংস্কৃত | |||
ধৰ্ম | হিন্দু ধৰ্ম | |||
চৰকাৰ | Monarchy | |||
মহাৰাজাধিৰাজ | ||||
- ৩৫০ - ৩৭৪ খ্ৰীষ্টাব্দ | পুষ্য বৰ্মা | |||
- ৫১৮ – ৫৪২ খ্ৰীষ্টাব্দ | ভূতি বৰ্মা | |||
- ৬০০ - ৬৫০ খ্ৰীষ্টাব্দ | ভাস্কৰ বৰ্মন | |||
কাল | Classical India | |||
- স্থাপিত | ৩৫০ খ্ৰীষ্টাব্দ | |||
- পতন | ৬৫৫ খ্ৰীষ্টাব্দ | |||
Warning: Value specified for "continent" does not comply |
বন্ধ কৰক
অধিক তথ্য বৰ্মণ ৰাজবংশ ...
| ||||||||||||||||||||||||||||||||||||||||||||||||
বন্ধ কৰক