![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/9/9b/Assam_locator_map.svg/langas-640px-Assam_locator_map.svg.png&w=640&q=50)
বৰনদী অভয়াৰণ্য
From Wikipedia, the free encyclopedia
বৰনদী অভয়াৰণ্য (ইংৰাজী: Bornadi Wildlife Sanctuary) হিমালয়ৰ পাদদেশত আৰু ভূটানৰ সীমান্তত ওদালগুৰি জিলা আৰু বাক্সা জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ইয়াৰ পশ্চিম সীমান্তইদি বৈ যোৱা বৰনদী নৈৰ নামেৰে এই অভয়াৰণ্যৰ নামকৰণ কৰা হৈছে।
ক্ষিপ্ৰ তথ্য বৰনদী অভয়াৰণ্য (Bornadi Wildlife Sanctuary), অৱস্থান ...
বৰনদী অভয়াৰণ্য (Bornadi Wildlife Sanctuary) | |
---|---|
অসমত বৰনদী অভয়াৰণ্যৰ অৱস্থিতি | |
অৱস্থান | ওদালগুৰি জিলা আৰু বাক্সা জিলা, অসম, ভাৰত |
নিকটতম চহৰ | টংলা |
স্থানাংক | 26°48′21″N 91°44′25″E[1] |
মাটিকালি | 26.22 বৰ্গ কি.মি. (2,62,20,000 বৰ্গ মিটাৰ) |
প্ৰতিস্থা | ১৯৮০ |
কৰ্তৃপক্ষ | পৰিৱেশ আৰু বনবিভাগ, অসম চৰকাৰ |
বন্ধ কৰক