![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/d/dc/India_location_map.svg/langas-640px-India_location_map.svg.png&w=640&q=50)
বেগুচৰাই
ভাৰতৰ বিহাৰ ৰাজ্যৰ এখন চহৰ / From Wikipedia, the free encyclopedia
বেগুচৰাই (ইংৰাজী: Begusarai) হৈছে ভাৰতৰ বিহাৰ ৰাজ্যৰ উদ্যোগিক আৰু বিত্তীয় ৰাজধানী। বিহাৰৰ ৩৮ খন জিলাৰ ভিতৰত অন্যতম বেগুচৰাই জিলাৰ ই প্ৰশাসনিক সদৰ৷ এই জিলাখন ভাৰতৰ মিথিলা অঞ্চলৰ গংগা নদীৰ উত্তৰ পাৰত অৱস্থিত।
ক্ষিপ্ৰ তথ্য বেগুচৰাই, দেশ ...
বেগুচৰাই | |
---|---|
— চহৰ — | |
Begusarai Skyline.jpgওপৰৰ বাওঁফালৰ পৰা ঘড়ীৰ কাঁটাৰ দিশত: নৌলাখা মন্দিৰ, কালি মন্দিৰ, বাৰাউনি শোধনাগাৰ, বেগুচৰাই ৰেলৱে ষ্টেচন | |
ভৌগোলিক স্থানাংক: 25.42°N 86.13°E / 25.42; 86.13 | |
দেশ | ![]() |
ৰাজ্য | বিহাৰ |
বিভাগ | মিথিলা |
জিলা | বেগুচৰাই |
চৰকাৰ | |
- প্ৰকাৰ | পৌৰ নিগম |
- পৰিষদ | বেগুচৰাই পৌৰ নিগম |
- বিধায়ক | কুন্দন কুমাৰ (সাঁচ:Polparty) |
- মেয়ৰ | পিংকী দেৱী |
উচ্চতা | ৪১ মিটাৰ (এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ ফুট) |
জনসংখ্যা (২০১১) | |
- মুঠ | ২,৫২,০০৮'"`UNIQ--ref-০০০০০০০০-QINU`"' জন |
ভাষা | |
- আধিকাৰিক | হিন্দী[1] |
- অতিৰিক্ত আধিকাৰিক | উৰ্দু[1] |
- আঞ্চলিক | মৈথিলী (ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীৰ অধীনত স্বীকৃতিপ্ৰাপ্ত)[2] |
সময় অঞ্চল | আই এছ টি (গ্ৰী.মা.স.+৫:৩০) |
পিনক'ড | ৮৫১১০১[3] |
টেলিফোন ক'ড | ০৬২৪৩ |
যানবাহনৰ নম্বৰ | বিআৰ-০৯ |
লিংগ অনুপাত | ০.৯১ ♂/♀ |
লোকসভা সমষ্টি | বেগুচৰাই |
বিধানসভা সমষ্টি | বেগুচৰাই |
ৱেবছাইট | begusarai |
বন্ধ কৰক